Investigative reporting with dedication.
ৰাজ্যপালৰ নিৰ্দেশ -পদত্যাগ কৰক উপাচাৰ্যই

উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ । ৯ জনকৈ উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ ৰাজ্যপালৰ ।কেৰালাৰ ৰাজ্যপালে দিছে এই নিৰ্দেশ । উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশৰ পিছতে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে এই নিৰ্দেশ দিয়ে । সোমবাৰে ১১বজাৰ ভিতৰত ৯ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক পদত্যাগৰ নিৰ্দেশ জাৰি…










