Investigative reporting with dedication.
সংবিধানৰ দোহাই দি ‘স্পষ্টীকৰণ’ দিলে শংকৰ সংঘই !

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি সংঘৰ নগাঁৱত অৱস্থিত মূল কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। শনিবাৰে বিয়লি এই সংবাদমেল সম্বোধন কৰি শেহতীয়া কিছু বিতৰ্ক সন্দৰ্ভত সংঘৰ স্থিতি স্পষ্ট কৰে সংগঠনটোৱে ।সংবাদমেলত সদৰী কৰা অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল…










