মাহ মে’ 2020

নামাজৰ বাবে খুলি দিলে গীৰ্জাৰ দুৱাৰ

দেশত ক’ৰোনা ত্ৰাসত সন্ত্ৰস্ত হৈ পৰিছে জনসাধাৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৈনন্দিন জীৱন কটাবলগীয়া হৈছে জনসাধাৰণ। অসমত প্ৰথমে তবলীগি জামাতৰ অংশগ্ৰহণকাৰীৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কিন্তু ছ’চিয়েল মিডিয়াত কোভিড-১৯ সংক্ৰমণৰ সমান্তৰালকৈ কিছুৱে ধৰ্মীয় বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল। এনেসময়তেই সম্প্ৰীতিৰ…

“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”

সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক’ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক’ৰোনা ভাইৰাছ আৰু য়ুহানৰ লেবৰেটৰীৰ ভাইৰাছৰ মাজত…

ক’ৰোনা-ইৰানক অতিক্ৰমি প্ৰথম দহত ভাৰত

চীনক অতিক্ৰম কৰাৰ পিছত এইবাৰ ইৰানক অতিক্ৰম কৰিলে ভাৰতে । সৰ্বাধিক ক’ৰোনা আক্ৰান্ত প্ৰথম দহখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছত ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ঘণ্টাত দেশত…

নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া বেকন আৰু…

সন্তানৰ ঋণ

সন্তানৰ ওচৰত মাক-দেউতাক কেৱল ঋণীয়েই নহয়, অপৰাধীও। কেৱল মাক-দেউতাকেই নহয়, সমগ্ৰ সমাজ অপৰাধী। পৃথিৱীলৈ অহা আৰু আহিব খোজা প্ৰতিটো সন্তানৰ ওচৰত সমাজে ক্ষমা বিচাৰিব লাগে – সিহঁতৰ স্বাধীনতা জন্মৰ আগতেই হৰণ কৰাৰ বাবে, দায়িত্বৰ ব’ব নোৱৰা বোজা জন্মৰ আগতেই সাজু…

স্মাৰ্টফ’ন নোহোৱা কণমানিজনীৰ কথা

“সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ সময়।”ত্ৰিদিৱ ভাগৱতীৰ কলমত-স্মাৰ্টফ’ন…

সঞ্জয় ৰাউতৰ যোগী আদিত্য়নাথলৈ আহ্বান- বাবা মন কি আখে খোঁলো

দেশব্যাপী চলা দুমাহযোৰা লকডাউনৰ মাজত দেশৰ প্ৰবজিত শ্ৰমিকৰ অৱস্থা খুবেই সংকটজনক। প্ৰতিদিনেই শ্ৰমিকৰ দুৰাৱস্থাৰ নিত্য নতুন খবৰ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা। নিজৰ আপোন ঘৰলৈ খোজকাঢ়ি অহা বহু শ্ৰমিকৰ প্ৰাণ গৈছে ৰাস্তােতই। দৰমহা অনিশ্চিত, খাদ্য অনিশ্চিত, অনিশ্চিত বাসস্থানৰ নিৰাপত্তা। তাৰ…

কঁঠালৰ পৰা ক’ৰোনা

কঁঠালৰ পৰা ক’ৰোনা।ভাবিবলৈ আচৰিত।অথচ সত্য।বাৰীত কঁঠাল গছ,গছত পুৰঠ কঁঠাল।তাৰে এটা পাৰি খোৱাৰ হাবিয়াস সকলোৰে।সেই হাবিয়াসৰ বলত কেৰেলাৰ এজন যুৱক উঠিল নিজৰ বাৰীৰ এজোপা কঁঠাল গছত।তাৰপিছত যুৱকজনে কঁঠাল খাবলৈ পালে নে নাপালে সেইয়া পিছৰ কথা,আচল কথাটো শুনি আপুনিও আচৰিত হব ,যে…

১০ হাজাৰ গৰাকীৰ ওপৰত প্ৰয়োগ কৰিব প্ৰতিষেধক

ছেপ্টেম্বৰৰ ভিতৰতেই কোভিড-১৯ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটে। তেওঁলোকে তৈয়াৰ কৰি উলিওৱা বুলি দাবী কৰা সম্ভাব্য প্ৰতিষেধকটোৱে পৰীক্ষা-নিৰীক্ষাৰ প্ৰথমস্তৰ ইতিমধ্যেই পাৰ কৰিলে। প্ৰথমস্তৰত অন্যান্য প্ৰাণীৰ ওপৰত প্ৰয়োগ কৰাৰ পিছত মানুহৰ শৰীৰত এই সম্ভাব্য প্ৰতিষেধকটিৰ প্ৰয়োগ…

তেলেংগনাত মোবাইল কোভিড-১৯ আইচিইউ নিৰ্মাণ

তেলেংগনাত এটা স্বেচ্ছাসেৱী সংগঠনে এখন বাছক ৰূপান্তৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন মোবাইল কোভিড-১৯ আইচিইউ, চমুকৈ MCICUলৈ। মোবাইল বাহন খনত দুটাকৈ ভেণ্টিলেটৰ আৰু ৩খনকৈ বিচনা সংযুক্ত থাকিব। জানিব পৰামতে টেলি ৰেডিঅ’লজী, ই-আইচিইউ আৰু আল্ট্ৰাচাউণ্ডৰ অত্যাধুনিক কাৰিকৰী ব্যৱস্থা আছে বাহনখনত। এই…