পুনৰ ২৯নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ লৈ আহিব হাজাৰ হাজাৰ কৃষক

Share This Article

শেষ হোৱা নাই কৃষক বিদ্ৰোহ৷২৯নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ লৈ আহিব হাজাৰ হাজাৰ কৃষককৃষকৰ চর্ত,কৃষি আইন বাতিল হলেই নহব৷নূন্যতম সমৰ্থন মূল্যক লৈ চৰকাৰ প্ৰণয়ন কৰিব কৰিব লাগিব আইন৷প্ৰত্যাহাৰ হব লাগিব বিদ্যুৎ সংশোধনী বিধেয়ক।কৃষি আইন প্ৰত্যাহাৰৰ মোডীয় ঘোষণাৰ পাছতো অনমনীয় স্থিতিত থকা প্ৰতিবাদী কৃষকসকলে ২২নৱেম্বৰত লক্ষ্ণৌত মহাপঞ্চায়ত আৰু ২৯ নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

কৃষক সকলে আৰোপ কৰা নতুন চৰ্তত আছে এই আন্দোলনত নিহত হোৱা কৃষকসকলৰ প্ৰসংগও। আন্দোলন কালত নিহত কৃষকৰ পৰিয়ালক দিব লাগিব আৰ্থিক সাহায্য লগতে কৃষক বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ বাবে দাবী জনাইছে প্ৰতিবাদীকৃষক সকলে।

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.