টেগ thecrosscurrent

গ্ৰেপ্তাৰ লাট মণ্ডলঃ দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ নামত বিচাৰিছিল লাখ লাখ টকা

ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে মাটিৰ দালাল বিৰোধী অভিযান। ইয়াৰ মাজতে গুৱাহাটীত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এজন লাট মণ্ডল।গ্ৰেপ্তাৰ হোৱা লাট মণ্ডলগৰাকীৰ নাম গুলজাৰ হুছেইন। দালালৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ নামত মাটিৰ দাদালৰ পৰা গুলজাৰ…

চৌদি আৰৱত নাৰী সৱলীকৰণঃ শ-শ মহিলাক নিয়োগ কৰা হৈছে মছজিদৰ কামত

চৌদি আৰৱত আৰম্ভ হৈছে নাৰী সৱলীকৰণ। কিয়নো প্ৰায় ৬০০ আৰৱী মহিলাক মছজিদৰ বিভিন্ন কামত নিয়োগ কৰিবলৈ প্ৰশিক্ষণ দিছে প্ৰশাসনে। দুটা বৃহৎ মছজিদৰ বিভিন্ন কামত নিয়োগ কৰা হব মহিলা সকলক। চৌদি ৰাজকুমাৰ মহম্মদৰ ভিজন-৩০ৰ অংশ হিচাপে গ্ৰহণ কৰা হৈছে এই বিশেষ…

পৰ্যটকৰ বাবে সুখবৰঃ ১ অক্টোবৰৰ পৰা খুলি দিয়া হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটক সকলৰ বাবে সুখবৰ। ১ অক্টোবৰৰ পৰা খুলি দিয়া হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। উল্লেখ্য যে ক’ভিড পৰিস্থিতি আৰু বানপানীৰ বাবে কেইবামাহো ধৰি বন্ধ হৈ আছিল কাজিৰঙাৰ চাফাৰী সেৱা। অৱশ্যে ১ অক্টোবৰত কেৱল মাত্ৰ কহৰা আৰু বাগৰি বনাঞ্চলতহে বনাঞ্চলতহে চাফাৰী কৰিব…

গৰমৰ পৰা সকাহ পাব আপুনিঃ আগন্তুক ৫ দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা

বিগত কিছুদিন ধৰি উৎকত গৰমে দহিছে সমগ্ৰ ৰাজ্য। কিন্তু গৰমৰ পৰা কিছু সকাহ পাব জনসাধাৰণে। কাৰণ আগন্তুক ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অসমৰ কোনো কোনো ঠাইত বৰষুণৰ লগতে থাকিব বিজুলী-ধেৰেকনি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই…

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ কি বিশেষ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

ড্ৰাইভিং লাইচেঞ্চ আৰু আধাৰ কাৰ্ডক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ হেৰালেও কোনো চিন্তাৰ কাৰণ নাই আৰু ঘৰতেই বহি লাভ কৰিব পাৰিব লাইচেঞ্চ। নিজৰ নাম অন্তৰ্ভূক্ত কৰিলেই লাভ কৰিব পাৰিব লাইচেঞ্চ। লাইচেঞ্চ নবিকৰণৰ বাবে…

কিয় ভৱানীপুৰত উপ নিৰ্বাচনৰ দিনা ১৪৪ ধাৰা জাৰি কৰাৰ দাবী তুলিছে বিজেপিয়ে?

মমতা বেনাৰ্জীয়ে উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া পশ্চিম বংগৰ ভৱানীপুৰ সমষ্টিত কোনো সুৰুঙা এৰিব বিচৰা নাই বিজেপিয়ে। বিজেপি নেতা দিলীপ ঘোষৰ সৈতে হোৱা হাতাহাতিৰ পিছত বিজেপিৰ এটা প্ৰতিনিধি দলে কলকাতাত নিৰ্বাচন আয়োগৰ বিষয়াসকলক সাক্ষাৎ কৰি ৩০ ছেপ্টেম্বৰত উপ নিৰ্বাচনৰ দিনা ভৱানীপুৰ…

অসমত কিহৰ বাবে দ্ৰুতগতিত হ্ৰাস পাইছে কৃষিভূমি?

ৰাজ্যত দৰং জিলাৰ ঢলপুৰ আৰু গৰুখুটিঁৰ উচ্ছেদ অভিযানক লৈ বৰ্তমানো অব্যাহত আছে উত্তেজনা। আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘাটত তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ উচ্ছেদ অভিযানৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল। বেদখলকাৰীক উচ্ছেদ কৰি দৰঙত এক…

ৰাজ্যত ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ-নিৰ্বাচনঃ ২ নৱেম্বৰত ভোট গণনা

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। অহা ৩০ অক্টোবৰত ৰাজ্যৰ তামুলপুৰ, গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ইয়াৰ পিছতে ২ নৱেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰিছে দেশৰ নিৰ্বাচন আয়োগে। ৰাজ্যৰ ৫টাকৈ সমষ্টিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে…

মাত্ৰ ১৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা হব ৫১০৪ জোপা গছ

পূব আৰু উত্তৰ-পূব দিল্লীত ছয় লেনৰ ঘাইপথ নিৰ্মাণৰ বাবে ১৪ হেক্টৰতকৈও অধিক বনভূমিত ৰোপণ কৰা ৫১০৪ জোপ গছ কাটি আন এটা স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিষয়াসকলৰ মতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লী-চাহাৰনপুৰ ঘাইপথৰ ১৪.৭৫ কিলোমিটাৰ পথৰ উন্নয়নৰ বাবে…

ভাৰতত মুছলমানৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছেঃ আছাদুদ্দিন ওৱেচি

ভাৰতত মুছলমানৰ অৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতা আছাদুদ্দিন ওৱেচিয়ে। ওৱেচিয়ে কয় যে-ভাৰতত মুছলমান সকলৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছে। নিৰ্বাচন আহিলেই নেতা সকলে মুছলমানক ধৰ্ম নিৰপেক্ষতাৰ বেণ্ড বজাবলৈ বাধ্য কৰে। দৰাই বিয়া কৰাবলৈ যাঁওতে বেণ্ড পাৰ্টীটোক…