Investigative reporting with dedication.
৬ বিদ্ৰোহী সংগঠনৰ কেডাৰে যোগদান কৰিলে বিজেপিত

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সন্ত্ৰাসবাদ নিৰ্মূল আৰু জনজাতীয় এলেকাত শান্তি ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে পশ্চিম কাৰ্বি আংলঙত শান্তি আৰু প্ৰগতিৰ ৰেলী অনুষ্ঠিত কৰিছে বিজেপিয়ে। কেন্দ্ৰীয় চৰকাৰৰ লগত বহু কেইটা সংগঠনে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত…










