টেগ thecrosscurrent

জুম্মা নামাজৰ সময়ত ভয়ংকৰ বিস্ফোৰণঃ নিহত ৪০

🔴 জুম্মা নামাজৰ সময়ত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ 🔴 বিস্ফোৰণত মৃত্যু হৈছে ইজনৰ পিছত সিজন লোকৰ 🔴 ছিয়া মুছলমান সকলক লক্ষ্য কৰি কৰা হৈছিল আক্ৰমণ 🔴এই পৰ্যন্ত ৪০ জনৰো অধিক লোকৰ মৃত্যুৰ খবৰ আহিছে 🔴 আফগানিস্তানৰ কান্ধাহাৰত সংঘটিত হৈছে এই…

দুৰ্গা পূজাক কেন্দ্ৰ কৰি উত্তপ্ত বাংলাদেশঃ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই

দুৰ্গা পূজাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে বাংলাদেশ। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বাংলাদেশত বুধবাৰে দুৰ্গা পূজাৰ মণ্ডপত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে বাংলাদেশৰ নোৱাখালিৰ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই। বাতৰি অনুসৰি এটা বিশেষ…

IPL-2021ৰ খিতাপ অৰ্জন কৰিলে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছে

IPL-2021ৰ ফাইনেলত শ্বাহৰুখ খান মালিকানাধীন কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিলে মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে। টচত হাৰি প্ৰথমে বেটিং কৰিবলৈ বাধ্য হোৱা চেন্নাই ছুপাৰ কিংছে ফাফ ডিউপ্লেচিচৰ ৮৬ ৰাণৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছৰ সমুখত বান্ধি…

আজি ভাৰতৰ মিছাইল মানৱ খ্যাত প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ জন্মবাৰ্ষিকী

🔴 আজি ভাৰতৰ মিছাইল মানৱ হিচাপে পৰিচিত খ্যাতনামা বিজ্ঞানী তথা দেশৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আবুল পাকিৰ জয়নুল আবেদিন আব্দুল কালামৰ ৯১ সংখ্যক জন্মবাৰ্ষিকী 🔴 দেশজুৰি শতিকাৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ তথা বিজ্ঞানীজনক সশ্ৰদ্ধ সোঁৱৰণ 🔴 দিল্লী, ৰামেশ্বৰম আৰু শ্বিলঙত মিছাইল মানৱক সুঁৱৰি আয়োজন…

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী

🔴 আজি অসমীয়া জাতিৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী 🔴অসমৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী 🔴হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ 🔴মহাপুৰুষ গুৰুজনাক সুঁৱৰি বৰদোৱা,লখিমপুৰ, বৰপেটা, শুৱালকুছিত বিশাল আয়োজন

৩৭ বছৰত ভৰি দিলে অগপই

* আজি ৩৭টা বছৰত ভৰি দিলে অসম গণ পৰিষদে। * ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই প্ৰতিষ্ঠা হৈছিল দলটো * বোকাখাতৰ অগপৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস। * দলটোৰ সভাপতি অতুল বৰাৰ মন্তব্য “অগপ শক্তিশালী হোৱা মানে…

পূজাৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-ৰিক্সাত উঠি প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ

পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদস্থলীৰ পৰাই মূল্যববৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা…

মুকলি হ’ল টিম ইণ্ডিয়াৰ নতুন জাৰ্চী

* ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি * BCCI য়ে মুকলি কৰে ভাৰতীয় ক্ৰিকেট দলৰটোৰ নতুন জাৰ্চী * জাৰ্চীৰ ডিজাইন পূৰ্বতকৈ কিছু ব্যতিক্ৰমীকৈ মুকলি কৰা দেখা গৈছে * এই নতুন জাৰ্চীক লৈ এতিয়া ব্যাপক উচ্ছাহ দেশৰ ক্ৰিকেটপ্ৰেমী সকলৰ মাজত

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক’ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ বাবেহে কয়লা মজুত…

বৰপেটাৰ জিলা কাৰাগাৰত আচামীৰ আত্মহনন

* বৰপেটাৰ জিলা কাৰাগাৰত আচামিৰ আত্মহননৰ ঘটনা * কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰিলে হাচিবুল হাচানে * কাৰাগাৰৰ শৌচাগাৰৰ ভেন্তিলেশ্চনত গামোচাৰে চিপ লগাই আত্মহত্যা কৰে * বৰপেটা জিলাৰ জনীয়াৰ দাউকমাৰি গাঁৱৰ বাসিন্দা আছিল হাচিবুল হাচান * উল্লেখ যে কিশোৰী পলুৱাই নিয়া গোচৰত…