সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecroscurrent

কিমান আগবাঢ়িছে মোদী বিৰোধী শক্তি গঠনৰ কুচকাৱাজ ?

বিজেপি বিৰোধী এক ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে বিৰোধী শিবিৰত তৎপৰতা আৰম্ভ হৈছে ৷শিবিৰে শিবিৰে অব্যাহত আছে আলোচনা – পৰ্যালোচনা -পৰিকল্পনা। ২০২৪ ত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এক উমৈহতীয়া মঞ্চ গঠনক লৈও চৰ্চা চলিছে ।কিন্তু  কোন কোন চামিল হ’ব এই উমৈহতীয়া…

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ…

‘২১ ত হ’ব জাতীয়তাবাদৰ চৰকাৰ’ – লুৰিণজ্যোতি গগৈ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সাংবাদমেল। হোটেল প্ৰাগ কণ্টিনেন্টেলত সাংবাদমেল সম্বোধন লুৰিণজ্যোতি গগৈৰ। এই সাংবাদমেলতেই তেওঁ ঘোষণা কৰে যে - AJP ত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। অহা ১৬ আৰু ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান