সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

tamilnadu

শশীকলাৰ ‘নিৰ্দেশ’ত হত্যা জয়াললিতাক?

জয়াললিতাৰ মৃত্যু 'অস্বাভাৱিক' ! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত হাত শশীকলাৰ?AIADMK ৰ বহিস্কৃত নেত্ৰী শশীকলাই ইতিমধ্যে সকলোধৰণৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰিছে। আৰুমুৰ্ঘস্বামী সমিতিয়ে শেহতীয়াকৈ দাখিল কৰা প্ৰতিবেদনত তামিলনাডুৰ…

তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাঃ ১৩ গৰাকী লোকৰ মৃত্যু – বৰ্তমানলৈ একমাত্ৰ জীৱিত ব্যক্তি CDS…

তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। হেলিকপ্টাৰ খনত থকা ১৪ গৰাকী যাত্ৰীৰ ভিতৰত ১৩ গৰাকী লোকৰেই মৃত্যু হৈছে বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে সমগ্ৰ দেশতে। এয়া প্ৰায় নিশ্চিত…

বুধবাৰে তামিলনাডুত এক ভয়ংকৰ দুৰ্ঘটনাৰ সমুখীন হয় এখন সেনাৰ হেলিকপ্টাৰ

দুর্ঘটনাগ্ৰস্ত সেনাৰ এই হেলিকপ্টাৰখনত CDS বিপিন ৰাওটৰ লগতে তেওঁৰ পত্নীসহ অন্য ৩ গৰাকী সেনা বিষয়া আৰু ১৭ গৰাকী আৰোহি উপস্থিত আছিল।এই পৰ্যন্ত দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত…

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক

তামিলনাডুত চৰকাৰী চাকৰিৰ বাবে তামিল ভাষাৰ প্ৰশ্নকাকত বাধ্যতামূলক অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক নহ’ব অসমীয়া ভাষাৰ পৰীক্ষা ৷ অসম চৰকাৰে কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদম্ভে এপিএছছিৰ পৰা…

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷বন্ধ ঘোষনা কৰা হৈছে স্কুল কলেজ৷এতিয়ালৈ অতিবৃষ্টিৰ ফলত প্ৰাণ হেৰুৱালে ৰাজ্যখনৰ ১২ জন লোকে৷

কৃষি আইনৰ বিৰোধিতাৰে কি ক’লে ষ্টালিনে ?

দেশৰ সৰ্বত্ৰ কৃষি আইন বিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে ৰাজ্যিক বিধান সভাত কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি চৰ্চালৈ আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন। বিধানসভাত ভাষণ ৰাখি ষ্টালিনে কয় যে আইন কেইখন…

এখন বজাৰৰ পৰাই সংক্ৰমিত হ’ল ২,৬০০ গৰাকী!

জনবহুল বজাৰত হোৱা ভিৰে ক'ৰোণাৰ সংক্ৰমন কি পর্যায়লৈ নিব পাৰে,তাৰ উদাহৰণ হ'ল, তামিলনাডুৰ পাইকাৰী বজাৰ কোয়মবেদু৷ এইখন পাইকাৰী বজাৰত সন্দেহজনকসকলক টেষ্ট কৰাৰ পিছত আহিছে ২,৬০০ জনৰ পজিটিভ ৰিপ'র্ট৷ বহুজনৰ ৰিপ'র্ট আহিবলৈ এতিয়াও বাকী৷ গতিকে সংক্ৰমনৰ…

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ…