টেগ #RussiaUkraine

বিশ্বৰ যিকোনো ঠাইতেই কেনেকৈ আক্ৰমণ সংঘটিত কৰিব পাৰিব ৰাছিয়াই?

যুদ্ধৰ মাজতে ৰাছিয়াই সফলতাৰ সম্পৰীক্ষা কৰিলে ‘চার্মাট’৷ চার্মাটৰ জৰিয়তে পৃথিৱীৰ যিকোনো ঠাইতে অনায়সে আক্ৰমণ কৰিব পাৰিব ৰাছিয়াই৷ কিন্তু কি এই চার্মাট? স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow…

ইউক্ৰেইনত নিহত ভাৰতীয় ছাত্ৰ নবীনৰ মৃতদেহ অনা হ’ল নিজ বাসগৃহলৈ

চলিত মাহৰ আৰম্ভণিতে অৰ্থাৎ ১ মাৰ্চত ইউক্ৰেইনৰ খাৰ্কিভ চহৰত মৃত্যু হৈছিল খাৰ্কিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়নৰত ভাৰতীয় ছাত্ৰ নবীনৰ। বজাৰ কৰিবলৈ বাহিৰলৈ ওলাই অহাৰ সময়ত হোৱা বোমা আক্ৰমণত মৃত্যু হৈছিল ছাত্ৰ গৰাকীৰ। নবীন ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষত মৃত্যু হোৱা প্ৰথমজন ভাৰতীয়। সোমাবাৰে…

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব পাৰে?

প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব? তাত্ত্বিকভাৱে, যেতিয়া এটা পক্ষৰ নিৰ্ণায়ক বিজয় হয় বা…

আফগানিস্তান আৰু ছিৰিয়াতকৈও ইউক্ৰেইনত অধিক ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে- ভলদিমিৰ জেলেন্সকী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেন্সকীয়ে মন্তব্য কৰি কয় যে আফগানিস্তান আৰু চিৰিয়াতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হৈছে এই সংঘৰ্ষত। ৰাছিয়াৰ ভাষাত সম্বোধন কৰি জেলেন্সকীয়ে ভাষণত কয় যে চিৰিয়া , চেচন্যা আৰু আফগানিস্তানত সংঘটিত যুদ্ধত যিমান ক্ষতি…

যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ

যুদ্ধ আৰু কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়াই। গ্লাম কৰিডৰ নিৰ্মাণৰ বাবে যুদ্ধ বিৰতি ঘোষণা প্ৰৱল প্ৰতাপী ৰাছিয়াৰ। বিদেশী নাগৰিক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত। এই কথা ঘোষণা কৰিছে UNSC ত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে।

ৰাছিয়ান সেনাৰ দখলত ইউক্ৰেইনৰ নিউক্লিয়াৰ প্লান্ট

নৱম দিনাও অব্যাহত আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ ৷ তাৰ মাজতে ৰুছ সেনাই জপৰোজিয়া নিউক্লিয়াৰ প্লান্ট নিজৰ দখললৈ নিছে ৷ ইউক্ৰেইনৰ এই নিউক্লিয়াৰ প্লান্টৰ প্ৰশাসনিক আৰু নিয়ন্ত্ৰণ বিভাগ ৰুছ সেনাই দখল কৰি লয় ৷ তাৰ পূৰ্বে হোৱা গুলীয়াগুলীত ৩৩ জন…

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া। ১৩০ খন বাছ সাজু ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে। খানকিভ আৰু ছুমীত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰ কৰিব ৰাছিয়াই। ৰাছিয়াৰ বেলগোৰোড অঞ্চললৈ স্থানান্তৰ কৰিব আৱদ্ধসকলক। এই কথা ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা নিয়ন্ত্রণৰ মুৰব্বী কৰ্ণেল জেৰেল মিখাইল…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন…

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’…