সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

amit shah

ভয়ংকৰ ভৱিষ্যতৰ দিশে মধ্য প্ৰদেশৰ মেডিকেল শিক্ষাৰ্থী !

মধ্য প্ৰদেশ চৰকাৰে অলপতে শুভাৰম্ভ কৰে হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম। বিৰাট ঢাকঢোল বজাই মধ্যপ্ৰদেশ চৰকাৰে হিন্দী ভাষাত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। ভাগ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।এমবিবিএছৰ প্ৰথম বাৰ্ষিকীৰ ৩খন কিতাপ হিন্দীত…

অমিত শ্বাহ হ’ব নেকি গুজৰাটৰ মুখ্যমন্ত্ৰী?

দেৱালীৰ পিছতে ঘোষণা হ’ব গুজৰাট বিধানসভাৰ দিন।কিন্তু দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনো সঠিক তথা বলিষ্ঠ সিন্ধান্তত উপনীত হ’ব পৰা নাই বিজেপি দল।ইতিমধ্যে গৃহমন্ত্ৰীৰ অমিত শ্বাহে গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰচাৰ অভিযান অব্যাহত…

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ…

অমিত শ্বাহক পুনৰ এইমছত ভৰ্তি

৩ দিন পূৰ্বে ক'ভিড-১৯ নিগেটিভ অহা অমিত শ্বাহক আজি পুনৰ এইমছত ভৰ্তি কৰা হৈছে। জানিব পৰা মতে তেখেত "অৱসাদ আৰু গাৰ বিষত" ভুগি থকাৰ বাবে ক'ভিড উত্তৰ চিকিৎসাৰ বাবে এইম্ছত ভৰ্তি কৰোৱা হৈছে। বিভিন্ন সংবাদ মাধ্যমক এইমছৰ কৰ্তৃপক্ষই জনোৱা মতে তেখেতৰ…

BCCI ৰ বাবে কিয় পুনৰ বিতৰ্কত সাঙোৰ খাইছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ?

ক্ৰিকেট প্ৰেমী সকললৈ দুখবৰ কঢ়িয়াই পুনৰ বিতৰ্কত সুমাই পৰিছে বি চি চি আই। শেহতীয়াকৈ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই বিতৰ্ক। The Wire নামৰ নিউজ পৰ্টেলটোৱে শেহতীয়া ভাবে কৰা এক বাতৰি অনুসৰি বি চি চি আয়ে…

হস্পিতালৰ পৰা অমিত শ্বাহে কিয় ফোন কৰিলে হিমন্ত বিশ্ব শৰ্মাক?

কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ বৰ্তমান চিকিৎসাধীন। পিছে অসুস্থতাৰ মাজতো হস্পতালৰ পৰাই অমিত শ্বাহৰ ফোন হিমন্ত বিশ্ব শৰ্মা লৈ। কিন্ত কিয়? হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে যোৱা কালি অমিত শ্বাহ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰি…

কালিলৈ এবছৰ সম্পূৰ্ণ হ’ব অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ- কেনে আছে কাশ্মীৰ?

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ'ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি…

কোৰোণাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কোৰোণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোৰোণাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা। দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে। যদিয়ো তেওঁৰ…

বিজেপি চৰকাৰৰ বৰ্ষপূৰ্তিঃ মোদীয়ে গঢ়িছে নিজৰ উত্তৰসূৰী

♦অচিন্ত্য ভৰদ্বাজৰ কলমত এবাৰ এটা সাক্ষাৎকাৰত অমিত শ্বাহক সোধা হৈছিল – বিজেপিয়ে ২০১৯ ৰ নিৰ্বাচনৰ প্ৰস্তুতি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল ? এখন্তেকো পলম নকৰাকৈ তেওঁ উত্তৰ দিছিল -আমি ২০১৪ ৰ মে’ মাহৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰিছিলো ৷ বিৰোধীয়ে…