শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

Photo Courtesy: Sakaltimes.com

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত সাংবাদিক সকলৰ…

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে প্ৰস্তাৱ NSCN ৰ

Photo courtesy: Al Jazeera

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ ভাষণত ২০১৫ চনত সাক্ষৰিত হোৱা…

“আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে গুৰুত্ব পালে নৰেন্দ্ৰ মোডীৰ স্বাধীনতা দিৱসৰ ভাষণত

photo courtesy: financial express

৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত এইবাৰ গুৰুত্ব লাভ কৰে “আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে। লালকিল্লাৰ পৰা দিয়া এই ভাষণত মোডী ডাঙৰীয়াই নেচনেল ডিজিটেল হেলথ মিচনৰ আৰম্ভণি হোৱাৰ…

সাম্প্ৰতিক (৩): স্বাধীনতা কি? স্বাধীন কোন?-বিশ্বজিৎ বৰা

photo courtesy: financial express

“আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক দিনে ধনী হৈ গৈ…

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

photo courtesy: India Today

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে’, ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ’ব। শিক্ষা বিভাগৰ…

ৰাষ্ট্ৰীয় টিভিছেনেল সমূহৰ উত্তেজিত আৰু অসূয়াপূৰ্ণ বিতৰ্কৰ বাবেই প্ৰাণ গ’ল নেকি কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ? অভিযোগ উঠিছে সম্বিত পাত্ৰাৰ বিৰুদ্ধেও

photo courtesy: National Herald

ৰাষ্ট্রীয় টিভি চেনেল সমূহৰ ৰাজনৈতিক বিতৰ্কসমূহৰ স্তৰ নিম্নগামী হোৱাটো কোনো নতুন কথা নহয়। পিছে শেহতীয়াকৈ কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ এনে এক টিভি বিতৰ্কত অংশ গ্ৰহণ কৰাৰ পিছতে হোৱা মৃত্যুক কেন্দ্ৰ কৰি এতিয়া যথেষ্ট চৰ্চিত হৈছে সংবাদ মাধ্যমৰ দিনে দিনে অৱনমিত…

BCCI ৰ বাবে কিয় পুনৰ বিতৰ্কত সাঙোৰ খাইছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ?

ক্ৰিকেট প্ৰেমী সকললৈ দুখবৰ কঢ়িয়াই পুনৰ বিতৰ্কত সুমাই পৰিছে বি চি চি আই। শেহতীয়াকৈ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই বিতৰ্ক। The Wire নামৰ নিউজ পৰ্টেলটোৱে শেহতীয়া ভাবে কৰা এক বাতৰি অনুসৰি বি চি চি…

আজি কৰ ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডীয়ে কি ক’লে?

কৰ ব্যবস্থাৰ সংস্কাৰৰ বাবে প্ৰধান মন্ত্ৰীয়ে আজি লঞ্চ কৰে এখন নতুন প্লেটফৰ্মৰ। ‘ট্ৰান্সপাৰেণ্ট টেক্সেশ্যন- অনাৰিং দ্যা অনেষ্ট (Transparent Taxation– Honoring the Honest)’ নামৰ এই প্লেটফৰ্ম খনৰ অৰ্থ হ’ল স্বচ্ছ কৰ ব্যৱস্থা, সততাক সন্মান। প্লেটফৰ্মটো লঞ্চ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘কৰ…

অখিল গগৈৰ আইনী যুঁজৰ বাবে অসমবাসীৰ আৰ্থিক সাহাৰ্য্য বিচাৰিলে কৃষক মুক্তিয়ে

‘কা’ আন্দোলনৰ বন্দী অখিল গগৈৰ জেলত থকা আজি প্ৰায় ৮ মাহেই হ’ল। বহুবাৰ জামিন লাভ কৰিয়ো চৰকাৰৰ নতুন নতুন গোচৰৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নোহোৱা কৃষক নেতা জনৰ এতিয়া আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধনৰ অভাৱ।…