শ্ৰেণী ভিডিঅ’

শূণ্যৰ পৰা কিমান আগুৱাব পাৰিব কংগ্ৰেছ দল ?

শেহতীয়া ৰাজ্যসভা নিৰ্বাচনে দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত বহু নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷ কাৰণ , ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ উপৰি অধিকাংশ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল কেৱল পৰাজয়ৰে সন্মুখীন হৈ আহিছে ৷ শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনে…

আদৰ্শ বিদ্যালয়ৰ নামত ভেল্কিবাজী হিমন্ত চৰকাৰৰ

চাহ বাগিচাৰ এলেকাত আদৰ্শ বিদ্যালয়ৰ নামত চৰকাৰে নিৰ্মাণ কৰিব কেৱল গৃহ।শিক্ষক নিযুক্তি দিব পূৰ্বে প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষকতা কৰি থকা শিক্ষকক।কিন্তু সেইসমূহ প্ৰাদেশীকৃত বিদ্যালয়ত পাঠদান কৰিব কোনে?আদৰ্শ বিদ্যালয় নিৰ্মাণৰ নামত ভেল্কিবাজী হিমন্ত বিশ্ব চৰকাৰৰ।

লকডাউনত ক’ত দাঢ়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?

লকডাউনত কেনেকৈ দাড়ি চুলি কাটিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে?কেনেকৈ দাড়ি-চুলি কাটিছিল মোদী কেবিনেটৰ সতীর্থ মন্ত্ৰীয়ে?যদি তেওলোকে কাটিছিল,তেন্তে ইয়াৰ পৰা সাধাৰণ জনতাক বঞ্চিত কৰা হৈছিল নেকি?আৰু এটা প্ৰশ্ন,প্ৰধানমন্ত্ৰী মোদীয়ে কিমান টকাৰ দৰমহা লাভ কৰে?এজন আৰটিআই কর্মীয়ে এই সমূহ প্ৰশ্ন উত্থাপন কৰিছিল কেন্দ্ৰীয়…

মানুহ কিনা বেচা কৰিবলৈ ৰাজনৈতিক দললৈ ক’ৰ পৰা আহে ধন ?

অসমৰ ৰাজনীতিত ধনৰ উজান উঠিছে ৷ ধন দিয়া, ধন লোৱাৰ অভিযোগে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷ এ আই ইউ ডি এফৰ মতে অখিল গগৈয়ে বিজেপিৰ পৰা লৈছে ১৫ লাখ টকা , কংগ্ৰেছ নেতাৰ মতে এ আই ইউ ডি এফে ৰিপুন…

কিয় বিপদত পৰিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান ?

এফালে পাকিস্তানৰ ৰাজনৈতিক সংকট , আনফালে শ্ৰীলংকাৰ অভূতপূৰ্ব অৰ্থনৈতিক দুৰ্যোগ – চুবুৰীয়া দেশৰ এই অস্থিৰতা এতিয়া ভাৰতৰ বাবেও চিন্তাৰ কাৰণ হৈ পৰিছে ৷ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে উত্থাপণ হোৱা অনাস্থা প্ৰস্তাৱ সংসদত খাৰিজ হোৱাৰ পাছত ৯০ দিনৰ ভিতৰত নিৰ্বাচন…

চাৰি মাহত আৰু কি কি নিষিদ্ধ হ’ল কর্নাটকত?

দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি৷ হিজাবৰ পিছত মন্দিৰৰ কাষত নিষিদ্ধ হৈছে মুছলমানৰ দোকান৷ নিষিদ্ধ হৈছে গো মাংস,নিষিদ্ধ হৈছে হালাল৷ কিন্তু কিয় দক্ষিণত আৰম্ভ হৈছে নিষিদ্ধকৰণৰ ৰাজনীতি? সৱিশেষ আলোচনা কৰিম, কিন্তু তাৰ আগতে জানি লও আহক, কর্নাটকত বিগত ৪ টা মাহত…

ৰাজ্যসভাত ৫ ৰ পৰা ১০১ লৈ কেনেকৈ বৃদ্ধি হ’ল বিজেপি সাংসদৰ সংখ্যা ?

অসমৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে ৷ এই বিজয় ৰাজনৈতিক কাৰণত বিজেপিৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ , শেহতীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে ৰাজ্যসভাত বিজেপি সাংসদৰ সংখ্যা ১০১ লৈ বৃদ্ধি পালে ৷ ৰাজ্যসভাত ১০০ ৰ…

মূল্যবৃদ্ধিৰ জুই জ্বলিছে কিয় শ্ৰীলংকাত ?

মূল্যবৃদ্ধিৰ জুই জ্বলিছে ৷ লগতে জ্বলিছে জনতাৰ ক্ষোভৰ জুই ৷ পেট্ৰ’লৰ দাম প্ৰতিলিটাৰত ২৫৪ টকা , ডিজেলৰ দাম ১৭৬ টকা , প্ৰতিটো এল পি জি চিলিণ্ডাৰ বিক্ৰী হৈছে ৪১১৯ টকা ৷ প্ৰতিকেজি চাউলৰ দাম হৈ পৰিছে ৫০০ টকা পৰ্যন্ত ৷এনে…

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA

অসমৰ ২৩ খন জিলাৰ পৰাই প্ৰত্যাহাৰ হব AFSPA৷ সিদ্ধান্ত ললে কেন্দ্ৰীয় চৰকাৰে৷ স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: Instagram: Twitter: