শ্ৰেণী ভিডিঅ’

অসম চৰকাৰৰ তিনিটা বেয়া লক্ষণ কি কি বুলি ক’লে অখিল গগৈয়ে?

মহোদয়৷মোৰ বাবে কেৱল চাৰি মিনিট সময় নির্ধাৰণ কৰা হৈছে৷অথচ মোৰ হাতত হাতী মাৰি ভুৰুকাত ভৰোৱাৰ কোনো যাদুদণ্ড নাই৷পোনে পোনে কেৱল এটা তথ্য পৰীক্ষা কৰো আহক৷আজি অসম বাজেট সর্ন্দভত এনেকৈয়ে সদনত বক্তব্য আৰম্ভ কৰিলে বিধায়ক অখিল গগৈয়ে৷চাৰি মিনিটৰ বক্তব্যত আজি কি…

৩৩ বছৰীয়া যুৱকক কোনে উপহাৰ দিলে ৰাজ্যসভাৰ সাংসদৰ পদ ?

৩৩ বছৰ বসয়ৰ এজন যুৱক ৷ বৃত্তিত আছিল এজন চাৰ্টাৰ্ড একাউন্টটেন্ট ৷ এসময়ত ৰাজনীতিত প্ৰৱেশ কৰে আৰু তেও আজি উপহাৰ হিচাপে লাভ কৰিছে ৰাজ্যসভাৰ সাংসদ পদ ৷ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে তেও হৈ পৰিব ৰাজ্যসভাৰ আটাইতকৈ কম…

অসমত হিমন্ত বিশ্বৰ মুখৰ কথাই আইন নেকি ?

অসমত এতিয়া আইনৰ শাসনৰ নামত চলিছে আৰক্ষীৰ স্বেচ্ছাচাৰিতা আৰু মুকলি ৰাজনৈতিক হস্তক্ষেপ ৷ বিকি গুপ্তাৰ ঘটনাটোৱে এই কথাকেই উদঙাই থৈ গ’ল ৷ সবিশেষ আলোচনা চাওক ‘ৰাউণ্ড দ্য ক্লক’ত-  

দ্যা কাশ্মীৰ ফাইলচক লৈ কি ভুৱা প্ৰচাৰ চলাইছে পৰিচালক বিবেক ৰঞ্জন অগ্নীহোত্ৰীয়ে?

দ্যা কাশ্মীৰ ফাইলচক লৈ কি ভুৱা প্ৰচাৰ চলাইছে পৰিচালক বিবেক ৰঞ্জন অগ্নীহোত্ৰীয়ে? দ্য ক্ৰছকাৰেণ্ট ফেক্টচেক-

সংসদীয় গণতন্ত্ৰক অৱমাননা কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই?

সংসদীয় গণতন্ত্ৰক অৱমাননা কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই? নির্বাচনৰ ফলাফলৰ পিছত কংগ্ৰেছী বিধায়কক ঘৰলৈ মাতি অনা,বিৰোধীৰ চৰকাৰ নাই বাবে ৰাইজক বিৰোধীক ভোট দিয়াতকৈ ঘৰত শুই থাকিবলৈ আহ্বান জনোৱাৰ পৰা কংগ্ৰেছী বিধায়কক ভোট বিচৰালৈ,হিমন্ত বিশ্ব শর্মাই নস্যাৎ কৰিছে নেকি গণতন্ত্ৰত…

হৰ্ছ ট্ৰেডিঙ আচলতে কি ?

উনৈশ শতিকাৰ আৰম্ভণিত কেমব্ৰিজ অভিধানত অন্তৰ্ভুক্ত হৈছিল এটা শব্দ ৷ হৰ্ছ ট্ৰেডিঙ ৷ ঘোৰাৰ বেচা কিনা সংক্ৰান্ততে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ কিন্তু লাহে লাহে হৰ্ছ ট্ৰেডিঙ হৈ পৰিল এটা ৰাজনৈতিক শব্দ ৷ উনৈশ শতিকাৰ আৰম্ভণিৰ দিনবোৰত ভাল প্ৰজাতিৰ…

জনপ্ৰিয়তাৰ তালিকাত প্ৰধানমন্ত্ৰী মোদীৰ স্থান শীৰ্ষত ৷ কিয় ?

মহাভাৰতৰ বানপৰ্বত যুধিষ্ঠিৰৰ প্ৰতি যক্ষৰ প্ৰশ্ন আছিল – এই জগতত সুখী কোন ? উত্তৰত যুধিষ্ঠিৰে কৈছিল – অঋণী , অপ্ৰবাসী অৱস্থাত যিয়ে দিনটোৰ শেষত এমুঠি শাক – অন্ন খাবলৈ পাইছে , তেৱেই প্ৰকৃত সুখী ৷ সুখৰ সংজ্ঞা ইয়াতকৈও বেলেগ থাকিব…

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়লাভ কিমান সহজ অথবা কিমান জটিল হৈ আছে ?

পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰিখনতেই বিজয় সাব্যস্ত কৰিলেও ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাটো বিজেপিৰ বাবে সহজসাধ্য হৈ থকা নাই ৷ কেনেকৈ অনুষ্ঠিত হয় ৰাষ্ট্ৰপতিৰ নিৰ্বাচন , বিজেপি প্ৰাৰ্থীৰ জয়লাভ কিমান সহজ অথবা কিমান জটিল হৈ আছে , এই বিষয়টো লৈ আগবঢ়াইছো…