শ্ৰেণী ভিডিঅ’

৩৯ টা নিৰ্বাচনত পৰাজয়ৰ পাছত কি ক’লে কংগ্ৰেছ নেতাই ?

কংগ্ৰেছত সৃষ্টি হোৱা বিদ্ৰোহে ক্ৰমাৎ প্ৰবল ৰূপ ধাৰণ কৰিছে ৷ গ্ৰুপ ২৩ ৰ বৈঠকত গান্ধী পৰিয়ালৰ নেতৃত্বৰ ওপৰত মুকলি প্ৰশ্নৰ উত্থাপণ হোৱাৰ পাছত এইবাৰ ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতাই মুখ খুলিবলৈ আৰম্ভ কৰিছে ৷ মণীষ তিৱাৰী , পি চিদাম্বৰমৰ দৰে…

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব পাৰে?

প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব? তাত্ত্বিকভাৱে, যেতিয়া এটা পক্ষৰ নিৰ্ণায়ক বিজয় হয় বা…

ফেচবুকে কেনেকৈ সহায় কৰে বিজেপিক?

বিজেপিৰ পৰম বন্ধু ফেচবুক৷ বিজেপি আৰু ফেচবুকৰ গোপন মিতিৰালী সন্দর্ভত ইতিমধ্যে কেইবাখনো প্ৰতিবেদন প্ৰকাশ কৰিছে আলজাজিৰাই৷ সেই গোপন মিতিৰালীৰ সুযোগতেই নির্বাচনৰ সময়ত ফেচবুকৰ জৰিয়তে বিশাল সুবিধা আদায় কৰি আহিছে বিজেপিয়ে৷আলজাজিৰাৰ শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে,যে ফেচবুকে অন্যান্য ৰাজনৈতিক দলতকৈ বহুগুনে…

চৰকাৰী আঁচনিৰ নামত চান্দা সংগ্ৰহ কিয় বিজেপিৰ?

চৰকাৰী আঁচনিৰ নামত দলীয় পুজি সংগ্ৰহ কৰিছে বিজেপিয়ে৷ শেহতীয়া সময়ত চান্দা সংস্কৃতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক৷ চান্দা সংগ্ৰহ কৰি বিহু নাপাতিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ কিন্তু সেইখিনি সময়তে বিজেপিৰ বিৰুদ্ধে উঠিছে মহাঅভিযোগ৷ সেয়া হৈছে চৰকাৰী…

দ্যা কাশ্মীৰ ফাইলছৰ লগত কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী বা অখিলেশ যাদৱৰ?

এখন ছবিৰ লগত কি সম্পৰ্ক বিৰোধী ৰাজনৈতিক দল সমূহৰ?কি সম্পৰ্ক অৰবিন্দ কেজৰীয়াল,মমতা বেনাৰ্জী,মায়াবতী বা অখিলেশ যাদৱৰ?এই ছবিখনৰ লগত কি সম্পৰ্ক ছলমান খান,শ্বাহৰুষ খান অথবা আমিৰ খানৰ? ‘দ্যা কাশ্মীৰ ফাইলছ’।এটা ৰাজনৈতিক দল বা এখন চৰকাৰে ভাল পোৱা এখন বিশেষ ছবি।ব্যৱসায়িক দিশতো…

কিন্তু বিকি আলীৰ এনকাউন্টাৰ সমর্থনযোগ্যনে?

৷নিৰজ দাসৰ এনকাউন্টাৰৰ পিছত জিপি সিঙৰ টুইটাৰত দেখা গৈছিল নিউটনৰ সূত্ৰ৷এইবাৰ দেখা গ’ল গীতাৰ বাণী৷ সংঘটিত হল আৰু এটা এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গ’ল ধর্ষণত অভিযুক্ত বিকি আলীৰ৷কিছুসময়ৰ পিছতে আহিল আন এটা এনকাউন্টাৰৰ খবৰ৷এইবাৰ এনকাউন্টাৰত প্ৰাণ গ’ল আন এজন ধর্ষনকাৰী ৰাজেশ মুণ্ডাৰ৷বিকি…

কিয় বিজেপিক প্ৰতিৰোধ কৰাত বিফল হ’ল অখিলেশ যাদৱ আৰু কিয় সফল হৈছিল মমতা বেনাৰ্জী?

পঞ্জাৱৰ বাহিৰে উত্তৰাখণ্ড,গোৱা,মণিপুৰৰ লগতে উত্তৰ প্ৰদেশতো একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতালৈ আহিল বিজেপি দল।নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশত যদিও অখিলেশ যাদবৰ সমাজবাদী পাৰ্টিৰ ব্যাপক নিৰ্বাচনী ঢৌ দেখা গৈছিল অৱশেষত কিন্তু সেই ঢৌৱে অখিলেশ যাদৱক ক্ষমতাত অধিষ্ঠিত কৰাব নোৱাৰিলেগৈ।বহু ৰাজনৈতিক বিশেষজ্ঞৰ অংকত আউল…