Investigative reporting with dedication.
ফটো ছেচনৰ বাবেহে মোডীক লাগে মল্লযোদ্ধাক !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কৰ্ণাটকৰ নিৰ্বাচনক লৈ বিগত এটা সপ্তাহত অত্যন্ত ব্যস্ত আছিল ।এটা সপ্তাহত মুঠ ১৭ খন ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰতিশ্ৰুতিৰে ভৰাই দিছিল কৰ্ণাটক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নন্দিনীক বিশ্ব দৰবাৰলৈ নিয়াৰ পৰা কৰ্ণাটকত NRC আৰু ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োগলৈকে…










