Investigative reporting with dedication.
ৰাইজ ‘মৰক’ কিন্তু মোডীৰ নাম হওক !

দেশৰ চকুত অতি দক্ষ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ চনৰ ৮ নবেম্বৰত দেশৰ অৰ্থনীতি বিপন্ন কৰা এক সিদ্ধান্ত গ্ৰহণ কৰিছিল।সিদ্ধান্তটো আছিল ৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ কৰাৰ৷ক’লা ধন নিষিদ্ধ,সন্ত্ৰাসবাদীলৈ ধনৰ যোগান বন্ধ,দুৰ্নীতি নিৰ্মূলৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল মোডীয়ে।তাৰ পৰিবৰ্তে…










