The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

তালিবানক কিয় বিশ্বাসত নল’বলৈ ক’লে বায়ুসেনাৰ প্ৰথম মহিলা পাইলটে ?

নতুন শাসনকালত মহিলাসকলৰ প্ৰতি মানবীয় হোৱাৰ প্ৰতিশ্ৰুতি দিছে তালিবানে ৷মহিলাসকলে কৰ্মক্ষেত্ৰত যোগদান কৰিব পাৰিব বুলিও তালিবানে ঘোষণা কৰিছে ৷কিন্তু তালিবানৰ এনে কথাত মুঠেও আশ্বস্ত নহয় আফগানিস্তানৰ প্ৰথম মহিলা বায়ুসেনাৰ পাইলট নিলোফাৰ ৰহমানি ৷ এতিয়াও আফগানিস্তানতে বন্দী হৈ আছে নিলোফাৰ ৰহমানি…

ৰক্তাক্ত স্বাধীনতা দিৱস : জাতীয় পতাকা উৰুওৱা বাবেই দুজনক হত্যা তালিবানৰ

১৯ আগষ্ট ৷ ১৯১৯ চনত এই দিনটোতেই আফগানিস্তানত ব্ৰিটিছ শাসনৰ অন্ত পৰিছিল ৷সেই অনুসৰি ১৯ আগষ্ট আফগানিস্তানৰ স্বাধীনতা দিৱস ৷ কাবুলত তালিবানে নিজৰ পতাকা উৰুৱাই স্বাধীনতা দিৱস পালন কৰাৰ বিপৰীতে বহু ঠাইত আফগান নাগৰিকে জাতীয় পতাকা লৈ সমদল উলিয়ায় ৷…

ট’ৰন্টো আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান

অসমৰ চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে এটা ভাল খবৰ ৷সপ্তম ট’ৰন্টো আন্তৰ্জাতিক মহিলা চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে আইমী বৰুৱাই ৷ ‘ছেমখোৰ’ নামৰ চলচ্চিত্ৰখনৰ বাবে তেও এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ডিমাচা ভাষাত নিৰ্মান কৰা ‘ছেমখোৰ’ হৈছে প্ৰথম চলচ্চিত্ৰ…

তালিবানৰ সৈতে ভাৰতৰ কথা হৈছে নেকি ? কি ক’লে জয়শংকৰে ?

আফগানিস্তানত তালিবানৰ চৰকাৰক ভাৰতে স্বীকৃতি দিবনে ? এই লৈ কৌতুহলত আছে সমগ্ৰ ভাৰতবাসী ৷ তাৰ মাজতে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ নিউ্য়ৰ্কত বৃহস্পতিবাৰে সাংবাদিকৰ আগত বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়-‘এই মুহূৰ্তত আমি কাবুলৰ পৰিস্থিতি নীৰিক্ষণ কৰি আছো ৷…

আফগানিস্তানত গৃহযুদ্ধৰ উকমুকনি : তালিবানৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কাৰ ?

আফগানিস্তানত পুণৰ গৃহযুদ্ধৰ উকমুকনি আৰম্ভ হৈছে ৷ তালিবানে ক্ষমতা দখল কৰাৰ চাৰিদিনৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ধৰিছে বহু লোক ৷ পূৰ্বৰে পৰা তালিবানৰ বিৰুদ্ধে যুঁজ দি অহা আহমদ শ্বাহ মাছুদৰ পুত্ৰ আহমদ মাছুদে তালিবানৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰিছে…

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসাক লৈ কি ডাঙৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ?

পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনক লৈ আৰম্ভ হৈছিল ৰাজনৈতিক যুদ্ধ ৷ তৃণমূলে উত্থাপণ কৰিছিল পক্ষপাতিত্বৰ অভিযোগ ৷ কিন্তু বুধবাৰে আয়োগৰ প্ৰতিবেদন মানিয়েই হিংসাত্মক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিলে কলকাতা উচ্চতম ন্যায়ালয়ে ৷ আদালতৰ পৰ্যবেক্ষণ – আয়োগৰ প্ৰতিবেদনত…

আফগানিস্তান : তালিবানৰ পতাকা লৈ ‘প্ৰকৃত’ স্বাধীনতা ঘোষণা , দেশৰ পতাকা লৈ পৃথক সমদল

স্বাধীনতা দিৱস আছিল , কিন্তু স্বাধীনতা নাছিল ৷ এই ঘোষণা তালিবানৰ ৷ ক্ষমতা দখলৰ চাৰিদিনৰ পাছত স্বাধীনতা দিৱস পালন কৰি তালিবানে ক’লে-‘আমেৰিকাকক ঘৰৰ মাটিৰ পৰা ওভতাই পঠিয়াই আজি দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ৷’ অৱশ্যে , তালিবানৰ এই বাখ্যাৰ প্ৰতিবাদ…

জম্মু-কাশ্মীৰত কেনেকৈ নিহত হল ভাৰতীয় সেনা-জোৱান?

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ খবৰ পোৱাৰ পিছতে থানামাণ্ডিৰ কাৰিয়ট কালাচ অঞ্চলত উগ্ৰপন্থী বিচাৰি অভিযানত নামিছিল আৰক্ষী আৰু ভাৰতীয় সেনা। বুধবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতীয় সেনাৰ এটা বিশেষ দলে। ৰাজৌৰীত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ দলটোৱে নিৰাপত্তাৰক্ষীৰ উপস্থিতি অনুভৱ…

আফগানিস্তানৰ ভূমিত তলত ১ লাখ কৌটি ডলাৰৰ গুপ্তধন !

তালিবানৰ ক্ষমতা দখলে আফগানিস্তানৰ ভৱিষ্যত আকৌ এবাৰ অনি্শ্চয়তাৰ মাজলৈ ঠেলি দিছে ৷ আফগানিস্তানে এতিয়াৰ পৰা লাভ নকৰিব আমেৰিকাৰ অৰ্থসাহায্য ৷দেশখনৰ নিজা ৰাজহৰ পৰিমানো অত্যন্ত কম ৷যাৰ বাবে আফগানিস্তানৰ ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হ’ব লাগিব বুলি আশংকা ব্যক্ত…

সাৱধান! ভাৰতত চিনাক্ত কৰা হৈছে নকল ক’ভিড ভেকচিন

দেশত ক’ভিডৰ ক্ষিপ্ৰ টীকাকৰণ চলি থকাৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আহিছে এটা উদ্বেগজনক খবৰ। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত কভিশ্বিল্ডৰ নকল সংস্কৰণ চিনাক্ত কৰা হৈছে। বিবৃতিটোত কোৱা হৈছে যে জুলাইৰ পৰা আগষ্ট মাহৰ…