The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ৰঙীন কাপোৰ আৰু উন্মুক্ত মুখঃ তালিবানৰ বোৰ্খা নীতিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ আফগানী মহিলাৰ

তালিবানৰ বোৰ্খা আইনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আফগানী মহিলা। তালিবানে বলপূৰ্বক ভাৱে মহিলাসকলক বোৰ্খা পিন্ধাবলৈ চেষ্টা কৰা কাৰ্যৰ প্ৰতিবাদ কৰি আফগানী মহিলা সকলে কয় যে শৰীৰ ঢাকিবলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত কাপোৰেই যথেষ্ট। উল্লেখযোগ্য যে আফগানী মহিলা সকলে পৰম্পৰাগত কাপোৰ…

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে কি বিশেষ আয়োজন ৰাজ্যিক বিজেপিৰ?

অহা ১৭ ছেপ্টেম্বৰ শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ৰাজ্যিক বিজেপিৰ বিশাল আয়োজন। ৭১টা জলাশয় পৰিষ্কাৰ কৰাৰ পৰিকল্পনা ৰাজ্যিক বিজেপিৰ কমকৰ্তাৰ। ১৫ হাজাৰ বুথৰ ১৫ হাজাৰ নামঘৰ অথবা মন্দিৰত শৰাই আগবঢ়াব কৰ্মকৰ্তাসকলে আৰু শুভেচ্ছা বাণী সম্বলিত…

ইন্টেলিজেন্সৰ বিস্ফোৰক তথ্যঃ ক’ভিড কালত জেহাদীয়ে শিপাইছে অসম

ফাইনেন্সিয়েল একশ্যন টাস্ক ফৰ্ড (FATF)ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি কোভিড-১৯ৰ সময়চোৱাতো সংস্থা-সংগঠনৰসমূহৰ মাজত বৃহত পৰিমাণৰ ধনৰ লেন-দেন হৈছিল। ভাৰতবৰ্ষৰ প্ৰধান অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ভাৰতবৰ্ষত বহু ভুৱা স্বেচ্ছাসেৱী সংগঠন আছে যিবোৰ সংগঠনে বিগত প্ৰায় দুবছৰ ধৰি কোভিডকালীন…

মহিলাই হিজাব পিন্ধি শিক্ষাগ্ৰহণ কৰিব পাৰিব, পুৰুষ শিক্ষকে পৰ্দাৰ পিছফালৰ পৰা শিকাব পাৰিবঃ তালিবান

আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছৰে পৰা তালিবানৰ আচহুৱা আচৰণে এতিয়া আচম্বিত কৰিছে সকলোকে। তালিবানে ঘোষণা কৰিছে যে আফগান বিশ্ববিদ্যালয়সমূহ লিংগৰ ভিত্তিত পৃথকীকৰণ কৰা হ’ব। লগতে এই প্ৰতিষ্ঠানবোৰত নতুন ইছলামিক পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ’ব। দেশৰ নতুন উচ্চ শিক্ষা মন্ত্ৰী আব্দুল…

নিমাতীঘাটত মাজনিশা চলা উদ্ধাৰ অভিযানৰ সময়ত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত?

বিগত ৮ ছেপ্টেম্বৰৰ বিয়লি যোৰহাটৰ নিমাতীঘাটৰ সমীপত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ পিছতে নিশালৈ আন এক দুৰ্ঘটনাৰ পৰা কেইগৰাকীমান চৰকাৰী বিষয়া-কৰ্মচাৰীৰ কথমপিহে প্ৰাণ ৰক্ষা পৰাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি একাংশ লোক ব্যস্ত হৈ পৰিছিল উদ্ধাৰ অভিযানত…

ব্ৰহ্মপুত্ৰৰ তলেৰে ক’ত নিৰ্মান হ’ব সুৰংগ?

কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰা হব ১৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ। দ্বৈত সুৰঙ্গ পথ নিৰ্মাণৰ বাবে ইতিমধ্যেই প্ৰস্তাৱ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১২,৮০৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা প্ৰকল্পটোৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ৩৩ কিলোমিটাৰ। উত্তৰ…

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া ইমৰান শ্বাহ হুছেইনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্রীৰ জাল চহীৰে জল জীৱনৰ ঠিকা আবণ্টন দিয়া মূল অভিযুক্ত হাতীগাঁৱৰ ইমৰান শ্বাহ হুছেইনক দেওবাৰে দিল্লীৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷ দিল্লী আৰক্ষীৰ সহযোগত দিছপুৰ থানাৰ আৰক্ষীয়ে ঠিকাদাৰ ইমৰানক গ্রেপ্তাৰ কৰে৷ চাৰি দিন পূর্বে ইমৰানে হাতীগাঁৱৰ পৰা পলায়ন…

Just in – ফেৰী দুৰ্ঘটনাত নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকাঃ এগৰাকী মহিলাৰ মৃতদেহ আৰু এজন লোকৰ বেগ উদ্ধাৰ

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা।বিহালীৰ ৰাংছালী অঞ্চলৰ ব্ৰহ্মপুত্ৰ নৈত পুনৰ এজন ব্যক্তিৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ এটা বেগ উদ্ধাৰ।বেগটোৰ ভিতৰত আছে লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মদন পেগু নামৰ লোক এজনৰ এখন চাৰিচকীয়া বাহনৰ ৰেজিষ্টেচন কাৰ্ড,ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড।…

অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰাক লৈ কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

অসমত অনাগত ৬ মাহলৈ সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কপা হ’ল অৰ্থাৎ অসমক পুনৰ এবাৰ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হল। এই আইনৰ অধীনত সেনা-নিৰাপত্তা বাহিনীয়ে ইচ্ছা কৰিলেই যিকোনো সময়ত যিকোনো স্থানত অভিযান চলাব পাৰিব। এই সম্পৰ্কে মন্তব্য…

ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক

কোকৰাঝাৰৰ আৱকাৰী অধীক্ষক হিমানজ্যোতি বৰাক কালি গুৱাহাটীৰ পৰা অহা তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাই গ্ৰেপ্তাৰ কৰিছে। কোকৰাঝাৰৰ এগৰাকী ব্যৱসায়ীৰ পৰা মাহেকীয়া ভিত্তিত ২৫ হাজাৰ টকা দাবী কৰাত ব্যৱসায়ী গৰাকীয়ে তদাৰকী আৰু দুৰ্নীতিবিৰোধী শাখাক অৱগত কৰে আৰু সেইমৰ্মে কালি গুৱাহাটীৰ পৰা অহা…