The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কি প্ৰস্তাৱ গ্ৰহণ কৰিলে তামিলনাডু বিধানসভাই?

তামিলনাডু বিধানসভাই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন (CAA) ২০১৯ বাতিল কৰিবলৈ আৰু সাম্প্ৰদায়িক একতা তথা সম্প্ৰীতি ৰক্ষা কৰিবলৈ আৰু সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই এক বিশেষ প্ৰস্তাৱ গৃহীত কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰস্তাৱ দাখিল কৰাৰ…

Just in – নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ বিশ্বনাথ ঘাটত

অৱশেষত উদ্ধাৰ কৰা হল নিমাতীঘাট ফেৰী দুৰ্ঘটনাত নিখোঁজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত পৰিয়াল আৰু আৰক্ষীৰ। তিনিদিনৰ অন্তত উদ্ধাৰ হল মৃতদেহ। সোঁহাতৰ আঙুঠিৰ পৰা চিনাক্ত কৰিছে পৰিয়ালে। জেপত উদ্ধাৰ হৈছে বহু…

ঘোষণা হল বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ ২০২১: কোনে লাভ কৰিলে বিজ্ঞানৰ অস্কাৰ

ৰাছিয়াৰ বিজ্ঞানী আৰু কোটিপতি য়ুৰি মিলনাৰ, ছেৰ্গেই ব্ৰিন আৰু ফেচবুকৰ মুৰব্বী মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে সফলতাৰ পুৰস্কাৰ হিচাপে প্ৰদান কৰা এই বিশেষ বঁটা নবেল বঁটাতকৈ অধিক মূল্যৱান। সেইবাবেই ইয়াক বিজ্ঞানৰ ‘অস্কাৰ’ বুলি কোৱা হয়। বৃহস্পতিবাৰে ঘোষণা কৰা হল এই বিশেষ বঁটাটি।…

দুটাকৈ সংবাদ মাধ্যমৰ কাৰ্য্যালয়ত আয়কৰ বিভাগৰ অভিযানঃ কিন্তু কিয়?

আয়কৰ বিভাগে শুক্ৰবাৰে দুটাকৈ অনলাইন মিডিয়া পৰ্টেলৰ দক্ষিণ দিল্লীৰ কাৰ্যালয়ত অভিযান চলাইছে Newsclickin আৰু Newslaundry নামৰ প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি আয়কৰ বিভাগৰ অভিযান এতিয়াও চলি আছে। অৱশ্যে ইয়াৰ বাহিৰে আন কোনো…

অৱশেষত ঘোৰ নিদ্ৰা ভংগ ৰজাঘৰৰ! যাত্ৰীক আজিৰে পৰা লাইফ জেকেট পিন্ধি উঠোৱা হয় ফেৰীত

দেশ কঁপাই যোৱা নিমাতী ঘাটৰ শিহৰণকাৰী নাওঁ দুৰ্ঘটনায়ে বৰ্তমানেও শোক বিৰাজ কৰি আছে। মৰণ কাতৰ অৰ্তনাদবোৰ আজিও প্ৰত্যেক জন হৃদয়বান লোকৰ অন্তৰত বাজি আছে। চৰকাৰৰ চৰম গাফিলতিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ বহুজনৰ আৰু তাৰ সমান্তৰাল ভাবে মাজুলীত দেখা…

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ মুখ্য কাৰ্য্যালয় কাহিলীপাৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ ছাত্ৰী সকলে শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা ভালে সংখ্যক অসুবিধাৰ সম্পৰ্কে,উচ্চ শিক্ষা সঞ্চালক আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰি…

কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে, মহিলাৰ কাম সন্তান জন্ম দিয়াঃ তালিবান

তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছত এতিয়া আফগানী নাৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ সচেতন মহল। কুখ্যাত শ্বাৰিয়া আইনৰ প্ৰৱৰ্তনে বিপদ মাতি আনিব পাৰে আফগানী মহিলাৰ জীৱনলৈ। কিন্তু ইয়াৰ মাজতে তালিবানৰ এগৰাকী মুখপাত্ৰৰ ভাষ্যই আচৰিত কৰি তুলিছে সকলোকে। মুখপাত্ৰ…

এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছৰ বিস্ফোৰক তথ্য: সৰ্বাধিক দল বাগৰ নেতা কংগ্ৰেছৰ

দেশত প্ৰায়ে এটা দলৰ পৰা অন্য এটা দললৈ দল সলনি কৰা নেতাৰ প্ৰয়োভৰ পূৰ্বতকৈ বৃদ্ধি পায় আহিছে। এনে সময়তে “এছ’চিয়েচন ফৰ ডেমক্ৰেতিক ৰিফৰ্মছ” ৰ এক প্ৰতিবেদনে আনিছে বিস্ফোৰক তথ্য। ২০১৪ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত বিধানসভা আৰু সংসদীয় নিৰ্বাচনৰ সময়ত…

কিমান অকৰ্মণ্য আভ্যন্তৰীণ জল পৰিবহন বিভাগ?

বুধবাৰৰ দিনটো অসমবাসীৰ বাবে আছিল এটা ক’লা দিন। বুধবাৰে নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মাজত হোৱা মুখামুখি সংঘর্ষৰ ঘটনাৰ পিছৰ পৰাই বিয়াগোম আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কাম-কাজক লৈ প্রশ্ন উঠিছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ এই বিভাগটো যে চৰম অৰাজকতাৰে চলি আহিছে বা…

নিৰ্মাণৰ আগতেই অন্তৰ্ধান হ’ল মাজুলীৰ দলঙৰ আধা অংশ

দলঙৰ নামত মাজুলীবাসীক দীৰ্ঘদিন ধৰি কৰি অহা প্ৰবঞ্চনাৰ পৰিণতিত বুধবাৰে নিমাতীঘাটত সংঘটিত হ’ল ভয়াৱহ নাও দুৰ্ঘটনা ৷কাৰ ভুল , কাৰ হেমাহিত এই ভয়াৱহ ঘটনা সংঘটিত হ’বলৈ পালে , তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় পথ…