Investigative reporting with dedication.

আয়কৰ বিভাগে শুক্ৰবাৰে দুটাকৈ অনলাইন মিডিয়া পৰ্টেলৰ দক্ষিণ দিল্লীৰ কাৰ্যালয়ত অভিযান চলাইছে
Newsclickin আৰু Newslaundry নামৰ প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি আয়কৰ বিভাগৰ অভিযান এতিয়াও চলি আছে। অৱশ্যে ইয়াৰ বাহিৰে আন কোনো তথ্য ৰাজহুৱা নাই সংবাদ মাধ্যম দুটাৰ কৰ্তৃপক্ষ কিম্বা সংশ্লিষ্ট বিভাগে।




