The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ৰূপালী জয়ন্তী বৰ্ষত অন্ত পৰিল পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

শ্ৰেষ্ঠ তাৰ্কিক ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গুন্জন ৰাজবংশী, শ্ৰেষ্ঠ দল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ৪৬ তাৰ্কিকৰ অংশগ্ৰহণ, অধ্যক্ষৰ আসনত প্ৰাক্তন ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকা গুৱাহাটী, ২১ নবেম্বৰ: অবশেষত অন্ত পৰিল ২৫ বছৰীয়া পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্ত: মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাৰ। ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ…

ঐতিহাসিক কৃষক আন্দোলনৰ আঁৰৰ এজন ৬২ বছৰীয়া নেতাৰ কাহিনী

অৱশেষত বাতিল হ’ল তিনি ক’লা কৃষি আইন ৷ প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে দেশবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি তিনিওখন আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰক এই সিদ্ধান্ত ল’বলৈ বাধ্য কৰোৱাৰ আঁৰত আছে হাজাৰ হাজাৰ কৃষকৰ অক্লান্ত সংগ্ৰাম আৰু ৭৫০…

কৃষকক কৃষি আইন বুজাবলৈ বিজ্ঞাপনত কিমান টকা খৰছ কৰিছিল মোদী চৰকাৰে?

ভয়-ভাবুকি,চল-চাতুৰী সকলো কৰা হ’ল।কিন্তু ফলাফল হল শূণ্য।কৃষক অশিক্ষিত।কৃষকে আইন-ইংৰাজী নাজানে।সেয়ে কৃষকক আইন বুজাবলৈ চৰকাৰে খৰছ কৰিলে কোটি কোটি টকা।চৰকাৰে কত কিয় কিমান টকা খৰচ কৰিলে তাৰ উত্তৰ চৰকাৰে দিছে চৈয়দ নাচিৰ হুছেইন আৰু ৰাজমণি পেটেলে সোধা এক প্ৰশ্নত।তেওঁলোকে চৰকাৰৰ পৰা…

পুনৰ ২৯নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ লৈ আহিব হাজাৰ হাজাৰ কৃষক

শেষ হোৱা নাই কৃষক বিদ্ৰোহ৷২৯নৱেম্বৰত সংসদ ভৱনলৈ ট্ৰেক্টৰ লৈ আহিব হাজাৰ হাজাৰ কৃষক৷কৃষকৰ চর্ত,কৃষি আইন বাতিল হলেই নহব৷নূন্যতম সমৰ্থন মূল্যক লৈ চৰকাৰ প্ৰণয়ন কৰিব কৰিব লাগিব আইন৷প্ৰত্যাহাৰ হব লাগিব বিদ্যুৎ সংশোধনী বিধেয়ক।কৃষি আইন প্ৰত্যাহাৰৰ মোডীয় ঘোষণাৰ পাছতো অনমনীয় স্থিতিত থকা…

সংসদত আইন কিদৰে বাতিল কৰা হয়?

অৱশেষত বাতিল হল তিনি বিতৰ্কিত কৃষি আইন। দেশৰ কৃষক সমাজৰ ১৮ মাহজোৰা প্ৰতিবাদ আৰু প্ৰায় ৭০০ সাধাৰণ লোকৰ জীৱনৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত তিনিও খন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা…

মোদী চৰকাৰে কিয় বাতিল কৰিলে তিনিখন বিতৰ্কিত কৃষি আইন?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে যদিও কৃষকসকলৰ আন্দোলন এতিয়াই বন্ধ নহয় ৷ কৃষক নেতা গজেন্দ্ৰ টিকাইতে এই ঘোষণা কৰিছে ৷ মোদীয়ে কয় যে সংসদত যেতিয়ালৈকে কৃষি আইন প্ৰত্যাহাৰ কৰা নহয় তেতিয়ালৈকে কৃষকসকলে দিল্লী…

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

◆ দিনৰ ১.১১ বজাত ভূমিকম্পই জোকাৰ গ’ল ৰাজ্য ◆ গুৱাহাটী মহানগৰীকে ধৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত অনুভূত হৈছে জোকাৰণি ◆ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৪.৪ ◆ বৰ্তমানো ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই ◆ ভূমিকম্পটোৰ উৎপত্তস্থল গুৱাহাটী…

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধান

গুৱাহাটীত উপস্থিতি হলহি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।জি এম চিএইছৰ সভাগৃহত এক বিশেষ সন্মিলনত ভাগ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।সন্মিলনত নতুন শিক্ষা নীতিৰ আধাৰত শৈক্ষিক উত্তৰণ সন্দৰ্ভত চলিছে আলোচনা।শুকুৰবাৰৰ পৰা শনিবাৰলৈ দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই শৈক্ষিক সন্মিলন।সন্মিলনত উপস্থিত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত…

এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে কেনেকৈ পাব পাৰি ২ কৌটি?

বিট কইনত মাত্ৰ এক হাজাৰ টকা বিনিয়োগ কৰি এদিনতে পাব পাৰি ২ কৌটি। কিন্তু কি এই বিট কইন? বিট কইনৰ সৈতে কি সম্পৰ্ক ক্ৰিপ্টোকাৰেন্সীৰ? বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চিত এটা শব্দ হৈছে ক্ৰিপ্টোকাৰেন্সী। আপোনালোক বহুতৰ বাবেও হয়তো ক্ৰিপ্টোকাৰেন্সী শব্দটো…

গৃহীতৰ পৰা প্ৰত্যাহাৰলৈ- কৃষকৰ দাবী মানিবলৈ কেনেকৈ বাধ্য হল মোদী চৰকাৰ?

বাতিল ঘোষণা তিনি কৃষি আইনৰ।এই আইন তিনিখন আছিল ক্ৰমান্বয়ে–  কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাণিজ্য অথবা বাণিজ্য সম্পৰ্কীয় আইন , অত্যাৱশ্যকীয় সামগ্ৰী আইন আৰু ,কৃষিজাত সামগ্ৰী আৰু কৃষি সেৱাৰ মূল্য নিৰ্ধাৰণৰ ওপৰত কৃষক চুক্তি আইন।এই তিনিখন কৃষি আইন প্ৰণয়নৰ পিছত,…