The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

তৃণমূল কংগ্ৰেছলৈ বৰুণ গান্ধী !

এইবাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি গান্ধী পৰিয়ালৰ সদস্যই ? এই লৈ দিল্লী আৰু কলকাতাত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷ অহা সপ্তাহত দিল্লী ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ মমতা বেনাৰ্জীৰ এই ভ্ৰমনক লৈ ৰাজনৈতিক…

কি আছিল তিনি কৃষি আইনত ?

অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷ কি আছিল এই তিনিখন কৃষি আইনত ?   বিগত বছৰৰ ছেপ্তেম্বৰ…

যৌন কেলেংকাৰিয়ে জোকাৰিছে ক্ৰিকেট অষ্ট্ৰেলিয়া

টি ২০ বিশ্বকাপ বিজয়ৰ পাছত যৌন কেলেংকাৰিয়ে জোকাৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতক ৷ এনে বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত পদত্যাগ কৰিবগীয়া হৈছে টেষ্ট দলৰ অধিনায়ক টিম পেনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এক মহিলা কৰ্মীয়ে টিম পেনৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ…

বাতিল কৃষি আইন , তাৰ পাছতো আন্দোলনত অটল কিয় কৃষক ?

অৱশেষত কৃষক সমাজৰ ওচৰত শিৰণত কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৷ বিগত প্ৰায় এবছৰ ধৰি অব্যাহত আছিল কৃষক আন্দোলন ৷ দাবী আছিল – বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰা ৷ কিন্তু আকোৰগোজ স্থিতি গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ তাৰ পাছতো…

অৰুণাচল প্ৰদেশত চীনে পাতিলে দ্বিতীয়খন গাও

ভাৰতৰ মাটিত চীনে নিৰ্মান কৰিলে দ্বিতীয়খন গাও ৷এন ডি টি ভিয়ে প্ৰকাশ এক ছেটেলাইট ইমেজত চীনে গাও নিৰ্মান কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ লক্ষণীয় কথাটো হ’ল – এই গাওখনো নিৰ্মান হৈছে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত ৷ ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ…

সোণোৱালৰ আমোলৰ আন এক দুৰ্নীতি ফাদিল : ২৩০ পদৰ নিযুক্তি বাতিল

চন্দ্ৰৰ গাত দাগ থাকিলেও দাগ নাছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ ৷ এই মন্তব্য আছিল মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৷কিন্তু সেই একেজন মানুহেই এতিয়া সোণোৱালৰ আমোলৰ এটাৰ পাছত আন এটা কলংক উদঙাই গৈছে ৷ এপিডিচিএলৰ পাছত এইবাৰ বাতিল কৰা হ’ল প্ৰাথমিক…

মাজুলীৰ নিশাৰ অতিথি হ’ব মুখ্যমন্ত্ৰী : বংশীধৰ পায়েঙৰ ঘৰত কিহৰ ব্যস্ততা ?

লাচিতে নিশাটোৰ ভিতৰতে গড় বন্ধাৰ দৰে সাজি উলিওৱা হ’ল এটা ঘৰ ৷ মাজুলীৰ বংশীধৰ পায়েঙৰ ঘৰত এদিনৰ ভিতৰত এটা চাংঘৰ সাজিছে জিলা প্ৰশাসনে ৷ ঘৰটোলৈ আহিছে নতুন নতুন আচবাব ৷ নতুন টেবুল , চকী , বিচনা , আলমিৰা ইত্যাদি ইত্যাদি…

দিছপুৰত আছু…

বুধবাৰে দিছপুৰত অনুষ্ঠিত হয় অসম চুক্তি ৰূপায়ণ সন্দর্ভত গঠন হোৱা উপ সমিতিৰ দ্বিতীয়খন বৈঠক ৷ বৈঠকত অংশগ্ৰহণ কৰে উপসমিতিখনৰ অধ্যক্ষ অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰীকা, অজন্তা নেওগ , আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভটাচার্য , সভাপতি দিপাংক কুমাৰ নাথ ,…

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন।

১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল জুবিন গার্গে৷ আজি শিল্পীগৰাকীয়ে ৪৯ বছৰত ভৰি দিলে। ১৯৯২ চনত ‘অনামিকা’ৰ এলবামৰ জৰিয়তে অসমৰ সংগীত জগতলৈ ধুমুহা নমাই অনা শিল্পীগৰাকীৰ জন্মদিনত বিভিন্নজনে শুভেচ্ছা প্ৰদান কৰিছে ৷

সাৰ্বভৌমত্বক লৈ আলফাৰে মুখ্যমন্ত্ৰীৰ আলোচনা , বাতৰিক লৈ হাহাকাৰ

Himanta 1st Assam CM to discuss ulfa(i) ‘s core demand of “sovereignty”- হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰথম মুখ্যমন্ত্ৰী যিয়ে আলফাৰ লগত সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিবলৈ সাজু – টাইমছ অৱ ই্ণ্ডিয়া কাকতত প্ৰকাশ পাইছে এই বাতৰি ৷ তাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া…