The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কৃষকে কিদৰে বাধ্য কৰাই আহিছে চৰকাৰক?

প্ৰধানমন্ত্ৰী নৰেন্দ্রমোদীয়ে অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলৰ ওচৰত নমস্কাৰ জনাই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই ১৯ নৱেম্বৰত দেশবাসীৰ সন্মুখত এই কথা ঘোষণা কৰে।যোৱা ৭ বছৰত এইটোৱেই প্ৰথম যে নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী…

গুৱাহাটীৰ পৰা নিৰুদ্দেশ হোৱা মাজুলীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ হ’ল মেঘালয়ত

অৱশেষত মেঘালয়ৰ বৰ্ণিহাতত উদ্ধাৰ কৰা হল গুৱাহাটীৰ দিছপুৰৰ সৰু মতৰিয়া অঞ্চলৰ পৰা বিগত চাৰি দিন ধৰি নিৰুদ্দেশ হৈ থকা মাজুলীৰ সন্দীপ ভূঞা নামৰ যুৱক জনৰ মৃতদেহ। পল্টন বজাৰ আৰক্ষীৰ ভাষ্য অনুসৰি ২৯ বছৰীয়া মৃত যুৱক জন গুৱাহাটীৰ এটা বিত্তীয় প্ৰতিষ্ঠানত…

কেতিয়ালৈ পাব গৰীৱ কল্যান অন্ন যোজনাৰ চাউল ?

চলিত নৱেম্বৰ মাহত বন্ধ নহয় প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা ৷ ২০২২ চনৰ নৱেম্বৰ মাহলৈ হিতাধিকাৰীসকলে লাভ কৰিব এই আঁচনিৰ অধীনত লাভ কৰি থকা চাউল ৷ বুধবাৰে অনুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ মন্ত্ৰী অনুৰাগ ঠাকুৰে…

মই মমতাৰ লগত আছো -বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কিয় ক’লে এইদৰে ?

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সম্প্ৰতি নতুন দিল্লীত আছে ৷ মমতাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগ দিছে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা পৱন বাৰ্মা , প্ৰাক্তন বিজেপি সাংসদ কীৰ্তি আজাদে ৷ বুধবাৰে দিল্লীৰ ৰাজনৈতিক চৰ্চাক নতুন মাত্ৰা দি মমতা বেনাৰ্জীৰে আলোচনাত মিলিত হ’ল বিজেপি…

যুৱ আয়োগ, শ্বহীদ ন্যাসৰ কাম কি হ’ব ?

অসম চৰকাৰৰ কেবিনেট বৈঠকত এখন যুৱ আয়োগ গঠনৰ সিদ্ধান্ত লোৱা হয় ৷ এই আয়োগে বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে অসমৰ ছাত্ৰ – ছাত্ৰীসকলক প্ৰস্তুতি চলোৱাত সহায় কৰিব বা প্ৰশিক্ষণ প্ৰদান কৰিব ৷ নীটৰ পৰা আৰম্ভ কৰি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি…

প্ৰদীপ হাজৰিকাক নতুন কি দায়িত্ব দিয়া হ’ল ?

অসমৰ সত্ৰসমুহৰ কিমান ভূমি বেদখল হৈ আছে , তাৰ জৰীপ আৰু অধ্যয়ন চলাবলৈ গঠন কৰা হৈছে এখন বিশেষ সমিতি ৷ অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয় ৷ সমিতিখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে আমগুৰিৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাক ৷…

৬ আৰু ৭ জানুৱাৰীত কোনে কোনে পাব বিশেষ ছুটী ?

• নতুন বছৰৰ ৬ আৰু ৭ জানুৱাৰীত অসম চৰকাৰৰ কৰ্মচাৰীলৈ আগবঢ়োৱা হ’ব বিশেষ ছুটী ৷ • যিসকল কৰ্মচাৰীৰ মাক – দেউতাক বা শহুৰ – শাহু জীয়াই আছে , তেওলোকে এই ছুটী লাভ কৰিব ৷ • তাৰ পাছৰ ৮ জানুৱাৰী দ্বিতীয়…

বঙাইগাঁৱৰ কেবিনেটত সিদ্ধান্ত : কলেজ পাবলৈ বিদ্যালয়ত পঢ়িব লাগিব ১৫ বছৰ

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত নতুন শিক্ষা নীতিৰ আধাৰত অসমৰ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয় ৷ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা সদৰী কৰে ৷ তেও সদৰী কৰা অনুসৰি – • এতিয়াৰে পৰা বিদ্যালয়ৰ শিক্ষা…

কৃষি আইন বাতিলত কেন্দ্ৰীয় কেবিনেটৰ অনুমতি , কিন্তু কেনেকৈ সম্পূৰ্ণ হ’ব প্ৰক্ৰিয়া ?

তিনি ক’লা কৃষি আইন বাতিলৰ ঘোষণাত অনুমতি জনাইছে কেন্দ্ৰীয় কেবিনেটে ৷ ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আইন কেইখন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষনা কৰিছিল ৷ তাৰ পাছত বুধবাৰে অবুষ্ঠিত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট বৈঠকত এই সন্দৰ্ভত আনুষ্ঠানিক সিদ্ধান্ত লোৱা হয়…

কোনে গোচৰ তৰিলে কংগনাৰ বিৰুদ্ধে?

কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু৷মুম্বাইত কংগনা ৰানাৱটৰ বিৰুদ্ধে গোচৰ দাখিল এটা শিখ সম্প্ৰদায়ৰ৷শিখ কৃষকক খালিস্তানী আখ্যা দিয়াৰ অভিযোগত গোচৰ দাখিল কৰা হৈছে কংগনাৰ বিৰুদ্ধে৷শিখ সংগঠনটোৰ অভিযোগ-কংগনাই ইচ্ছাকৃতভাৱে কৃষক আন্দোলনক খলিস্তানী আন্দোলন বুলি অভিহিত কৰিছে। কংগনাৰ এই মন্তব্যই শিখ সম্প্ৰদায়ৰ অনুভূতিক…