The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

আপুনি যদি ক’ভিডত আক্ৰান্ত , কি কি কৰিব পাৰে ?

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড-১৯ৰ মৃদু, মজলীয়া আৰু গুৰুতৰ লক্ষণৰ চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে। যিসকল লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত শ্বাসনলীৰ ওপৰৰ অংশত সমস্যাৰ সন্মুখীন হয় আৰু উশাহ-নিশাহত অসুবিধা পায় তেওলোকে কি কি কৰিব লাগে – *ঘৰতেই আছুতীয়াকৈ থাকিব…

বিজেপিত যোগদান অখিলেশ যাদৱৰ ভাইবোৱাৰীৰ

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ ভাইবোৱাৰী অপৰ্ণা যাদৱে যোগদান কৰে বিজেপিত…

সমাজবাদী পাৰ্টিৰ অপৰ্ণা যাদৱৰ বিজেপিত যোগদান

প্ৰতিজন ভাৰতবাসীৰ মূল আৰ্কষণ এতিয়া ৫ ৰাজ্যৰ আগন্তুক নিৰ্বাচন। ৫ ৰাজ্যত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিয়ে আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যকেইখনৰ ৰাজনীতি। উত্তৰ প্ৰদেশত বিজেপি দলৰ কেইবাজনো মন্ত্রী-বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা সময়তেই শেহতীয়াকৈ সমাজবাদী পাৰ্টিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম…

ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক’ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে কভিড-১৯ত। মৃত্যু হৈছে…

বিজেপিক প্ৰতিহত কৰিবলৈ  কৃষকৰ মিছন ইউপি অভিযান

বিপদে লগ এৰা উত্তৰ প্ৰদেশ বিজেপিক৷ইজনৰ পিছত সিজন বিজেপি মন্ত্ৰী আৰু বিধায়কৰ পদত্যাগে দলটোক সংকটৰ সন্মুখীন কৰাই আহিছে উত্তৰ প্ৰদেশত৷উত্তৰ প্ৰদেশৰ নির্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই গুৰুত্বপূর্ণ৷কাৰণ উত্তৰ প্ৰদেশতেই আছে সর্বাধিক লোকসভা আসন৷সেই অনুসৰি প্ৰধানমন্ত্ৰী মোদী তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হব পাৰিব…

লকডাউনৰ মাজত বিশ্বৰ দহগৰাকী ধনী ব্যক্তি কেনেকৈ দুগুন ধনী হল

সোমবাৰে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰিছে  অক্সফামে৷প্ৰতিবেদন অনুসৰি কোভিডে দুগুন ধনী কৰিলে বিশ্বৰ শীর্ষ দহগৰাকী ধনী ব্যক্তিক৷কোভিডৰ দুটা বছৰত শীর্ষ দহগৰাকী ধনী ব্যক্তিৰ সম্পত্তিৰ পৰিমাণ ৭ শ বিলিয়ন ডলাৰ অর্থাৎ ৫১ লাখ ৯৭ হাজাৰ ১১৫ কোটি টকাৰ পৰা ১.৫ ট্ৰিলিয়ন…

ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়….

কেন্দ্ৰই ক’ভিড ভেকচিন প্ৰসংগত দেশৰ উচ্চতম ন্যায়ালয়ত এক শপত নামা দাখিল কৰিছে। এই শপতনামাত কৈছে যে, ক’ভিড ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক নহয়। কোনোলোকে ইচ্ছা নকৰিলে তেওঁক ভেকচিন গ্ৰহণৰ বাবে বাধ্য কৰিব নোৱাৰিব। কেন্দ্ৰই লগতে শপত নামাত কৈছে যে, ক’ভিড ভেকচিন…

শিৱসাগৰৰ কালুগাঁৱত গোনা ম’হৰ যুঁজ

মাঘ বিহু মানেই উদুলি-মুদুলি ৰংঘৰৰ বাকৰি। অতীজৰে পৰা ৰংঘৰৰ বাকৰিত মাঘ বিহুৰ সময়ত  ম’হ যুঁজ, হাতী যুঁজ, কুকুৰা যুঁজ, মল্ল যুঁজ, বুলবুলি চৰাই যুঁজ আদি অনুষ্ঠিত হৈছিল। সেই খেল-ধেমালিবোৰেই সময়ৰ লগে-লগে  পৰম্পৰালৈ পৰিণত হৈছিল। মাঘৰ বিহুৰ সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তত…

ক’ভিডৰ বাবে নহয়, কিয় পিছুৱাব পাৰে পঞ্জাৱৰ নিৰ্বাচন?

আগন্তক পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ পিছুৱাব পাৰে। আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে পঞ্জাৱত নিৰ্বাচন ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ দিন ধায্য কৰিছিল। কিন্তু পঞ্জাৱৰ প্ৰতিটো ৰাজনৈতিক দলে ৰাজ্যখনৰ নিৰ্বাচনৰ তাৰিখ…

ভাৰতবাসীক প্ৰধানমন্ত্ৰী মোদীৰ অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান

দেশত অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতত ১৮ লাখ আইচ’লেচন বিচনা, ৫ লাখ অক্সিজেন বিচনা, ১.৪০ লাখ ICU বিচনা আৰু শিশুসকলৰ বাবে ৯০,০০০ বিশেষ বিচনা আছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীক অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান…