Investigative reporting with dedication.
কামপুৰত ভলীবল প্ৰতিযোগিতা

কামপুৰৰ উন্নয়ন আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ব ভলীবল প্ৰতিযোগিতা।১৭ ডিচেম্বৰত কামপুৰত অনুস্থিত হ’ব দিবা -নৈশ ভলীবল।মঙলবাৰে এখন সংবাদমেলত এই কথা সদৰী কৰে আয়োজকে।মুঠ ছটা দলে অংশগ্ৰহন কৰিব এই প্ৰতিযোগিতাত ।কামপুৰৰ উন্নয়ন আৰু চাফ চিকুণ কৰাৰ লক্ষ্য লোৱা বুলি প্ৰকাশ…










