ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেশৰ বৃহত্তম হিন্দু মন্দিৰৰ বাবে দান কৰে আঢ়ৈ কোটি মূল্যৰ ভূমি

Share This Article

শেহতীয়াকৈ বিহাৰৰ এটা ইছলাম ধৰ্মাৱলম্বী পৰিয়ালে দেশৰ বৃহত্তম হিন্দু মন্দিৰ বিৰাট ৰামায়ণ মন্দিৰৰ বাবে দান কৰে আঢ়ৈ কোটি মূল্যৰ ভূমি।সম্প্ৰতি দেশত একাংশ লোকে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ চেষ্টা অব্যাহত থকাৰ মাজতে বিহাৰৰ পূব চম্পাৰন জিলাৰ কাইথৱালিয়া অঞ্চলত অৱস্থিত এই মন্দিৰৰ বাবে ইছলাম ধৰ্মাৱলম্বী এই পৰিয়ালটোৱে কৰা ভূমি দান কার্যই সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। ভূমি দাতা ইস্তিয়াক আহমেদ খান পূব চম্পাৰন জিলাৰ এজন ব্যৱসায়ী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.