জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ

Share This Article

পাকিস্তানৰ পেচাবৰৰ এটা মছজিদত জুম্মা নামাজ পঢ়িবলৈ যোৱাই যেন কাল হ’ল ইছলাম ধৰ্মাৱলম্বীলোকসকলৰ। জুম্মা নামাজৰ সময়ত শৰীৰত বোমা লগাই মছজিদৰ ভিতৰত প্ৰৱেশ বোমাৰুৰ। ভয়ংকৰ বোমা বিস্ফোৰণত ফলত থিতাতে নিহত হয় প্ৰায় ৩০ জনলোক। পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে। আনহাতে আহত প্ৰায় ৬০ জন। আহতসকলৰ বৰ্তমান অৱস্থা অতি সংকটজনক। ঘটনাটোৰ ফলত সমগ্র অঞ্চলজুৰি সৃষ্টি হৈছে আতংকৰ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.