Investigative reporting with dedication.
বসুন্ধৰাই যদি এৰে দল,বিজেপি ৰাজস্থানত ৰসাতলে গ’ল !

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক লৈ ভয়ংকৰ সংকটত পৰিছে বিজেপি ।যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে । দলটোৱে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ৰাজস্থান বিজেপিত…









