মাহ অক্টোবৰ 2023

কুলীৰ কপাল ফুলালে ৰাহুল গান্ধীয়ে !

ৰে’ল ষ্টেচনত কুলী আমি সকলোৱে দেখো।আমি সকলোৱে কুলীৰ সহায় লওঁ। কিন্তু এই কুলীসকলৰ জীৱনলৈ হঠাৎ আহিল পৰিবৰ্তন। বিগত ৭ বছৰে বিভিন্ন প্ৰতিবাদ,শ্লোগান,ধৰ্ণাই কুলীৰ মজুৰি বৃদ্ধিত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। বিগত ৭ টা বছৰে এই কুলীসকলে মজুৰি বৃদ্ধিৰ বাবে নিজৰ…

অনুপম জীৱন’ৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’আৰু ‘ছেলটাৰ’ ৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে দক্ষিণ গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা অনুস্থিত হোৱাৰ লগতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হয় । পুৱা ৮ বজাত বিদ্যালয় খনৰ…

বসুন্ধৰা ৰাজেই ৰাজস্থানত আনক ‘ৰজা’ নাপাতে !

দেশৰ আন চাৰিখন ৰাজ্যৰ বিধানসভাৰ লগতে ৰাজস্থানতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়,তেলেংগানা আৰু মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। বৰ্তমান মিজোৰামক বাদ দি আন চাৰিখন হিন্দীবলয়ৰ ৰাজ্যত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলিছে।এখন এখনকৈ ৩ খন প্ৰাৰ্থী তালিকা মধ্য প্ৰদেশৰ বাবে ঘোষণা…