মাহ নৱেম্বৰ 2021

সোৱণশিৰিৰ কাষত চীনে নিৰ্মান কৰিছে গাও

চীনে ভাৰত সীমান্তৰ বিবাদমান ভূমিত ধাৰাবাহিক নিৰ্মান কাৰ্য অব্যাহত ৰাখিছে ৷ অৰুণাচল প্ৰদেশ সীমান্তৰে চীনা প্ৰশাসন ভাৰতৰ ভূমিত প্ৰৱেশ কৰাই নহয় , ১০০ টা ঘৰো নিৰ্মান কৰিছে ৷ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ ইয়াৰ পূৰ্বে অৰুণাচল…

এ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষনা

অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক(প্ৰাৰম্ভিক) পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷বিগত ১২ ছেপ্তেম্বৰত র্এই পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ য’ত প্ৰায় ৭৬ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ৷ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ বাবে মূল পৰীক্ষাৰ প্ৰ- পত্ৰ…

ভাৰত এৰিব মুকেশ আম্বানীয়ে !

ভাৰত এৰিব পাৰে ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ৷ এই বিষয়টো লৈ এতিয়া টুইটাৰত তুমুল চৰ্চা চলিছে ৷ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ ‘মিড ডে’ত প্ৰকাশিত খবৰ অনুসৰি মুকেশ আম্বানীয়ে ব্ৰিটেইনত বসবাসৰ বাবে প্ৰস্তুতি চলাইছে ৷ মুম্বাইৰ উপৰি তেওলোকে ব্ৰিটেইনৰ ষ্টোক পাৰ্কৰ…

ছমাহলৈ সম্প্ৰসাৰণ নহয় অসমৰ মন্ত্ৰীসভা

ছমাহ পৰ্যন্ত সম্প্ৰসাৰণ নহয় ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা ৷ আজি এই কথা স্পষ্ট কৰিছে খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে বৰ্তমান মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা নাই ৷ বৰ্তমান টীম এটাই কাম কৰি আছে ৷ এটা বছৰ হৈ…

WHO ৰ সকীয়ণি – আকৌ প্ৰাণঘাতক ৰূপত আহিছে ক’ৰোনা

মহামাৰী ক’ৰোনাৰ বিদায় সমাগত বুলি ভবাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন কৰিছে আন এক ভয়কৰ তথ্য ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ ধাৰণা – ক’ৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ বৰং নতুনকৈ আঘাত হানিব পাৰে বিশ্বৰ বিভিন্ন…

কেদাৰনাথত কি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ?

জন্মু – কাশ্মীৰত সেনা বাহিনীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হ’ল কেদাৰনাথ মন্দিৰত ৷ শুকুৰবাৰে কেদাৰনাথ মন্দিৰত সেৱা জনোৱাৰ পাছতে তেও মুকলি কৰে আদি গুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি ৷ ২০১৯ চনত এই…

ডেমন গেলগুটৰ কোনখন গ্ৰন্থলৈ এই বছৰৰ বুকাৰ বঁটা ?

আফ্ৰিকান লেখক ডেমন গেলগুটলৈ আগবঢ়োৱা হৈছে বুকাৰ বঁটা ৷ ‘দ্য প্ৰমিজ ‘ শীৰ্ষক উপন্যাসৰ বাবে তেওলৈ এই সন্মান প্ৰদান কৰা হৈছে ৷ বুকাৰ বঁটা লাভ কৰা তেও হৈছে দক্ষিণ আফ্ৰিকাৰ তৃতীয়গৰাকী সাহিত্যিক ৷ ইয়াৰ পূৰ্বেও ডেমন গেলগুটৰ ‘দ্য গুড ডক্টৰ’…

ৰাজ্যজুৰি সুধাকণ্ঠক সশ্ৰদ্ধ স্মৰণ

সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ আজি দশম মৃত্যুবাৰ্ষিকী ৷ সমগ্ৰ ৰাজ্যই প্ৰবাদপ্ৰতীম শিল্পীগৰাকীক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাই মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত দিনযোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰিছে ৷ সন্ধিয়া কৈলাস ৰাভা আৰু তেওৰ শিল্পীৰ দলে…

প্ৰধানমন্ত্ৰী মোদীয়ে ক’ত উদযাপন কৰিলে দিপাৱলী ?

দিপাৱলীৰ দিনটোত দেশৰ সৈনিকসকলক শুভেচ্ছা জ্ঞাপন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ল জন্মু – কাশ্মীৰৰ নৌছেৰাত ৷ সেনা জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়-‘মই নিজৰ পৰিয়ালৰ সৈতে দিপাৱলী উদযাপন কৰিব বিচাৰো ৷ সেয়ে আজি আপোনালোকৰ মাজলৈ আহিছো ৷’ সেনা…

টি২০ বিশ্বকাপৰ শোচনীয় প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মাই কাক জগৰীয়া কৰিলে ?

আফগানিস্তানৰ বিৰুদ্ধে টি ২০ বিশ্বকাপত প্ৰথম জয়ৰ মুখ দেখিলে ভাৰতে ৷ কিন্তু এতিয়াও ছেমি ফাইনেলত ভাৰতৰ প্ৰৱেশ নিৰ্ভৰ কৰিব নিউজিলেণ্ডৰ প্ৰদৰ্শনৰ ওপৰত ৷ কিন্তু আফগানিস্তানৰ বিৰুদ্ধে বিজয়ৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ উপ অধিনায়ক ৰোহিত শৰ্মাই অন্য এক মন্তব্য কৰিছে ৷…