Investigative reporting with dedication.
ইতিহাস ৰচি অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ-

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷
Investigative reporting with dedication.

ইতিহাস ৰচিলে লাভলীনাই৷ টকিঅ’ৰ পৰা আহিল সংবাদ- ব্ৰঞ্জৰ পদক লাভ লাভলীনাৰ৷ বুছেনাজ ছুৰমেনেলীৰ হাতত পৰাজিত লাভলীনা বৰগোহাঁই৷

গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ বাবেও পঞ্চায়তৰ অনুমতি ল’ব লাগিব আৰু চৰকাৰক কৰ আদায় দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি পুৱাই বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নতুন কৰ…

এতিয়াৰে পৰা গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মান কৰিলেও আদায় দিব লাগিব মাচুল ৷ গৃহ নিৰ্মানৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা যাবতীয় অনুমতি ল’ব লাগিব ৷ লগতে গাঁও পঞ্চায়তক বিভিন্ন নথিৰ লগতে মাচুলো জমা দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাসে…

ভাষা এটাৰ মৃত্যু তেতিয়া হয় , যেতিয়া এটা ভাষাই ইয়াৰ অন্তিমজন স্থানীয় বক্তা হেৰুৱায়। এসময়ত অতি প্ৰচলিত হৈও পাছত ব্যৱহাৰৰ দিশৰ পৰা অদৃশ্য হোৱা এটা ভাষা হৈছে লেটিন ৷ এই ভাষাটো এতিয়াও অধ্যয়ন কৰিব পাৰি যদিও ই এটা মৃত ভাষা ৷

বক্সিঙৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি পদক নিশ্চিত কৰাৰ পিছতে অলিম্পিকত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই।টকিঅ’ অলিম্পিকত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলিনা বৰগোহাঁইয়ে বুধবাৰে ছেমিফাইনেলত তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুছেনাজ সুৰমেনেলীৰ…

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেহতীয়া অসম- মিজোৰাম সীমা সংঘাত সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় | পত্ৰযোগে যুৱ ছাত্ৰ পৰিষদে অসম আৰু মিজোৰামৰ সাতামপুৰুষীয়া এনাজৰী অটুট ৰখাৰ আহ্বান জনায় |পত্ৰখনত এইদৰে উল্লেখ কৰা হয় যে…

অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বুজ লোৱাৰ লগতে মৃত্যুবৰণ কৰা আৰক্ষী জোৱানৰ পৰিয়ালবৰ্গক সাক্ষাৎ আৰু আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যৰে শিলচৰত বাহৰ পাতি আছে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল। ছাত্র সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টাদ্বয় প্ৰকাশ চন্দ্ৰ…

ব্ৰেকফাষ্ট ৷ ব্ৰেকফ্ৰাষ্টৰ বাবে খোৱা টেবুলত বহি আপুনি বহু কথাই ভাবিব পাৰে৷ব্ৰেকফাষ্টৰ ৫ মিনিটৰ সময়খিনিত আপুনি দিনটোৰ পৰিকল্পনা কৰিব পাৰে,আপোনাৰ দিনটোৰ বাবে সামগ্ৰীক ৰুটিন এখন তৈয়াৰ কৰি লব পাৰে৷ কিন্তু আজি আমি এনে এটা ব্ৰেকফাষ্টৰ কথা কব ওলাইছো,যি ব্ৰেকফাষ্টত শাসনৰ…

উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী…

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ…