টেগ thecrosscurrent

তালিবানৰ লগত কোনকেইখন দেশ ?

আমেৰিকা সমৰ্থিত আফগান চৰকাৰৰ পতনৰ পাছত আফগানিস্তান এতিয়া তালিবানৰ দখলত ৷ তাৰ পাছতে বহু দেশে ইতিমধ্যে কাবুলত থকা নিজ নিজ দেশৰ দূতাবাস খালী কৰি তাত কৰ্মৰত লোকসকলক দেশলৈ ওভতাই নিছে ৷ কাবুলৰ লগত সম্পৰ্ক ত্যাগ কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা…

তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?

সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷…

তালিবানৰ বিৰুদ্ধে যুদ্ধত কিমান ব্যয় কৰিছিল আমেৰিকা  দৰে  দেশে?

২০০১ চনৰ ৭ অক্টোবৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে তালিবানক আফগানিস্তানৰ পৰা বহিষ্কাৰ কৰিবলৈ সশস্ত্ৰ আক্ৰমণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছিল যে তালিবানে আমেৰিকা যুক্তৰাষ্ট্ৰত ৯/১১ ৰ আক্ৰমণ সংঘটিত কৰা ওচামা বিন লাদেন আৰু আল-কায়দাৰ অন্যান্য উগ্ৰপন্থীসকলক আশ্ৰয় প্ৰদান কৰিছিল। পিছলৈ আফগানিস্তানত…

কেতিয়া অনুষ্ঠিত হ’ব টেট ?

অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা ৷ চি টেটত উত্তীৰ্ণ প্ৰাৰ্থীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ তদুপৰি বি এড বা ডি এল এডৰ চূড়ান্ত পৰীক্ষাৰ প্ৰাৰ্থীয়েও টেট পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব ৷ মঙলবাৰে এক সংবাদমেলত এই ঘোষণা…

ৰাহুল গান্ধী – অভিষেক বেনাৰ্জী সন্দৰ্ভত কি ক’লে সুস্মিতা দেৱে ?

কংগ্ৰেছ দলৰ সৈতে তিনি দশকৰ সম্পৰ্ক এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে  সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তাৰ পাছত মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি তেও কয় ,” অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধী ভৱিষ্যতে ওচৰ চাপি আহিলে মেজিক…

পেগাছাছ চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷মঙলবাৰে পেগাছাছ চোৰাংছোৱাগিৰিৰ তদন্ত বিচাৰি কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া কিদৰে আগবঢ়োৱা যায় , সেয়া চিন্তা কৰাৰ প্ৰয়োজন আছে…

শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷ মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ…

আফগানিস্তান ইছলামিক সন্ত্ৰাসবাদৰ নতুন ঘাটি হ’ব নেকি ?

তালিবানৰ পুনৰুত্থানত সুখী হৈ পৰিছে আল কায়দাৰ সমৰ্থকসকল। তালিবানৰ কাবুল দখলক ঐতিসাহিক জয় আখ্যা দিছে আফগানিস্তানৰ সুদূৰ প্ৰান্ত  কুণাৰত বাহৰ পাতি থকা আল কায়দাৰ সমৰ্থকসকলে।ইয়াৰ লগে লগে আশংকা কৰা হৈছে যে বিশ্বৰ সকলো কট্টৰ ইছলামিক মৌলবাদী সংগঠনৰ নতুন ঘাটি হৈ…

শ শ আফগান নাগৰিকক কঢ়িওৱা বিমানখন গৈছে ক’লৈ ?

কাবুলৰ পৰা পলায়ন কৰিবলৈ বিমান বন্দৰত অগণিত মানুহে ভিৰ কৰাৰ দৃশ্যই এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ আনকি বিমানৰ চকাত ওলমি পলায়ন কৰিব বিচৰা আফগান নাগৰিক মাজ আকশৰ পৰা সৰি পৰিছে ৷ তালিবানে কাবুল দখল কৰাৰ পাছতে সৃষ্টি হৈছে এই…

আফগানিস্তানত নাৰীৰ আৰ্তনাদৰ অন্ত কেতিয়া ? নীৰৱ কিয় ৰাষ্ট্ৰসংঘ ?

জুৰি বৰুৱা “মই কেতিয়াও ভবা নাছিলো আমি আকৌ সেই বিশ বছৰ আগৰ দিনবোৰলৈ উভতি যাব লাগিব। বিগত বিশ বছৰে আমি নিজৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ বাবে কৰা যুঁজখন খন্তেকতে ধূলিসাৎ কৰি পেলালে তালিবানে। গোটেই বিশ্বৰ আগত…