সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

lockdown

মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ:এসপ্তাহত ৬ বাৰকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য

লকডাউনে জুৰুলা কৰা সৰ্বসাধাৰণৰ মূৰত এইবাৰ পুনৰ মাধমাৰ শোধাইছে ইন্ধনৰ মূল্যবৃদ্ধিয়ে।যোৱা প্ৰায় এসপ্তাহ ধৰি দেশত পেট্ৰলৰ দাম দৈনিক বাঢ়ি আছে। আজি মঙলবাৰেও পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে যদিও ডিজেলৰ দাম অৱশ্যে একেই আছে। IndianOil ৰ ৱেবছাইটত…

ভয়ংকৰ চাকৰি সংকটত ভাৰতবৰ্ষ:এসপ্তাহত চাকৰি বিচাৰি চৰকাৰী পৰ্টেলত পঞ্জীকৰণ কৰা ৭ লাখৰ মাত্ৰ ৬৯১ জনেহে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১১ জুলাইত লন্স কৰা চৰকাৰী চাকৰিৰ পৰ্টেলটোত এই পৰ্য্যন্ত ৬৯ লাখতকৈও অধিক লোকে নিজৰ নাম পঞ্জীভূত কৰিছে। কিন্তু ইয়াৰ ভিতৰত চাকৰি লাভ কৰিছে তেনেই নগণ্য কেইজনমানেহে। ই অনাগত দিন সমূহত মোডী চৰকাৰৰ সমুখত…

ভাৰতবৰ্ষ আৰু গান্ধীৰ দেশ হৈ থকা নাই: জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা

আজি প্ৰায় এবছৰৰ মূৰত টেলভিচন পৰ্দাত প্ৰথমটো সাক্ষাৎকাৰ দি NDTV নামৰ চেনেলটোত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ ফাৰুক আব্দুল্লাই কয় যে "এইখন আৰু মহাত্মা গান্ধীৰ ভাৰত হৈ থকা নাই"। NDTV ৰ জ্যোষ্ঠ সাংবাদিক শ্ৰীনিভাসন জৈনে সোধা…

২৭% কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ অনলাইন ক্লাছৰ বাবে নাই ফোন আৰু লেপটপ

কৰোনা ভাইৰাছৰ ফলত হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত শ্ৰেণীকোঠাত পাঠদান সম্ভৱপৰ নোহোৱাৰ বাবে বৰ্তমান শিক্ষানুষ্ঠান সমূহত চলি আছে অনলাইন ক্লাছ। কিন্তু এই অনলাইন ক্লাছ কৰিবলৈ প্ৰয়োজনীয় ইণ্টাৰনেট, স্মাৰ্ট ফোন অথবা লেপটপৰ অভাৱ বহুতো দৰিদ্ৰ ছাত্ৰ…

লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে হেৰুৱালে বৈতনিক চাকৰি

কৰোনা ভাইৰাছ আৰু তাৰ পৰিপেক্ষিতত হোৱা লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে বৈতনিক চাকৰি হেৰুৱালে। এই তথ্য প্ৰকাশ পাইছে Centre for Monitoring Indian Economy সংস্থাটোৰ এক অধ্যয়নত। সংস্থাটোৰ এই তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত এপ্ৰিল মাহত ১৭.৭ মিলিয়নে…

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক…

দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি

কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে…

সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar

Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব 'বাৰ' সমূহ।…

পৰেশ মহন্তৰ আত্মসমৰ্পণ…

যুদ্ধ চলিছে ৷ অবিৰাম যুদ্ধ চলিছে ৷ ভাৰতৰ সৈতে চীনৰ ৷ চীনৰ সৈতে আমেৰিকাৰ ৷ জীৱিকাৰ সৈতে জীৱনৰ ৷ ভাতৰ সৈতে ভোকৰ ৷ যুদ্ধ এক ভীষণ ভাল লগা বিষয় ৷ উৎকন্ঠা আছে , উন্মাদনা আছে ৷ যুদ্ধজয়ে কঢ়িয়াই আনে সীমাহীন মানসিক তৃপ্তি ৷ কিন্তু পৰাজয়ে ? অৱসাদ আৰু…

কি আছে unlock 3.0 নতুন গাইডলাইনত?

কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ঘোষণা কৰাৰ পাছতে অসমতো আৰম্ভ হৈছে unlock প্ৰক্ৰিয়া। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সকলো শিথিলতা প্ৰযোজ্য নহ'ব অসমত। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈ প্ৰযোজ্য হ'বলগীয়া এই নতুন গাইডলাইনত কি কি…