টেগ lockdown

বিবাহিতা প্ৰেমিকাক সাক্ষাৎ: লকডাউনৰ জনক ফাৰগুছনে উলংঘা কৰিলে সামাজিক দূৰত্ব

লকডাউনৰ জনক , ব্ৰিটিছ অধ্যাপক নেইল ফাৰগুছনে নিজেই লকডাউন উলংঘা কৰি পদত্যগ কৰিবলগীয়া হ’ল৷ ব্ৰিটেইনৰ চৰকাৰৰ মুখ্য মহামাৰী বিষয়ক উপদেষ্টা এইগৰাকী অধ্যাপকৰ পৰামৰ্শমতেই যোৱা ১৬ মাৰ্চত দেশখনত ঘোষণা কৰা হৈছিল লকডাউন৷ তাৰ পিছৰে পৰা ইখনৰ পিছত সিখন দেশে লকডাউনৰ সিদ্ধান্ত…

পুনৰ বাতিল ৰে’লৰ চলাচল

দেশত ক’ৰোনাৰ সংক্ৰমনে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিপ্ৰেক্ষিতত সকলো যাত্ৰীবাহী ৰে’লৰ চলাচল পুণৰ বাতিল কৰিছে ৰে’ল বিভাগে৷ অহা ৩০ জুনলৈকে কোনো যাত্ৰীবাহী ৰে’ল নচলোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে৷ উল্লেখ্য যে ,যোৱা ১২ মে’ৰ পৰা আৰম্ভ হৈছিল ১৫ খন বিশেষ ৰে’লৰ…

এই দৃশ্য দেখি কিয় মনত পৰে আয়লান কুর্দিলৈ?

আয়লান কুর্দিক মনত আছে? ছিৰিয়াৰ এক তিনিবছৰীয়া কনমানি, যাৰ সমুদ্ৰতীৰত পৰি থকা ছবি দেখি কঁপি উঠিছিল সমগ্ৰ বিশ্ব৷ তেতিয়াই, অলকায়দাৰ হাতৰ পৰা বাচিবলৈ ইৰাক,ছিৰিয়াৰ লাখ লাখ বিপন্ন শৰণার্থীয়ে কিদৰে ইউৰোপৰ বিভিন্ন দেশলৈ যাব লগা হৈছে, তাৰ আচল ছবিখন বিশ্ববাসীয়ে দেখিছিল৷…

আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ পিছত  আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। নিশা ৮ বজাত প্ৰধানমন্ত্ৰীয়ে কি সম্বোধন কৰিব তাক লৈ ব্যাপক চৰ্চা হৈছে। দেশত লক্ ডাউন বৃদ্ধি কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে বক্তব্য ৰখাৰ সম্ভাৱনা থকা বুলি প্ৰকাশ পাইছে…

কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে- মমতা বেনাৰ্জী

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সকলৰ মাজত হোৱা ভিডিও কনফাৰেন্সৰ সময়ত মুকলিকৈ ক্ষোভ উজাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক কঠোৰ সমালোচনা কৰি তেওঁ কয় যে কৰোনা ভাইৰাছক অজুহাত হিচাপে লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজনীতি কৰিব বিচাৰিছে।কিন্তু এয়া ৰাজনীতি…

বিলাসীপাৰা- ঠেলাত উঠাই গৰ্ভৱতী মহিলাক নিব লগা হ’ল চিকিৎসালয়লৈ

লক্ ডাউনৰ সময়তেই ৰাজ্যত সংঘটিত হোৱা আন এক দুখলগা ঘটনাৰ খবৰ প্ৰকাশ পাইছে৷ এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই কেইবা কিলোমিটাৰ দূৰত থকা চিকিৎসালয়লৈ নিব লগা হ’ল পৰিয়ালৰ লোকে। বিলাসীপাৰাৰ ১ নং হাতীপুটা গাঁৱৰ নিবাসী ছাহেনা…

ঘৰমুৱা জুবিন…

ঘৰৰ নিচিনা ঠাই আন ক’তো নাই৷ মই ওভতাৰ পথত… মুম্বাইৰ পৰা ঘৰলৈ উভতিছে জুবিন গাৰ্গ৷ অসুস্থতাৰ পিছত জিৰনিৰ বাবে মুম্বাইলৈ যোৱা জনপ্ৰিয় গায়কজন লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰত৷ শেহতীয়াকৈ লকডাউন কিছু শিথিল হোৱাত তেওঁ এখন বাছযোগে ৰাওনা হৈছে অসমলৈ৷…

অসম চৰকাৰলৈ বিদেশৰ পৰা ২ হাজাৰ ই-মেইল

অসম চাৰকাৰলৈ ২ সহস্ৰাধিক বিদেশত আৱদ্ধ হৈ থকা লোকে ই- মেইল প্ৰেৰণ কৰি ৰাজ্যখনলৈ ঘূৰি অহাৰ ইচ্ছা ব্যক্ত কৰিছে৷আজি ৰাজ্য চৰাকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক টুইটযোগে এই কথা সদৰী কৰে৷ তেওঁ উল্লেখ কৰে যে ২ হাজাৰতকৈও অধিক লোকৰ…