Investigative reporting with dedication.
অসমত নতুন SOP ঘোষণা পাছতো বৃদ্ধি পাই আছে ক’ভিড ৰোগী

শনিবাৰৰে পৰা ৰাজ্যত জাৰি কৰা হ’ল নতুন SOP। বলবৎ হ’ল নৈশ সান্ধ্য আইন। কিন্তু SOP জাৰি কৰা পাছতো বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰে ৰাজ্যত ১২৫৪জন লোক ক’ভিডত আক্ৰান্ত। পজিটিভিটিৰ হাৰ ৩.৭৩ শতাংশ। কামৰূপ মহানগৰত বিগত ২৪ ঘণ্টাত আক্ৰান্ত…








