টেগ #covid_19

আকৌ বিশ্ববাসীয়ে কটাব লাগিব নেকি লকডাউনত?

আকৌ কোভিড আক্ৰন্ত হৈ মানুহ মৰিছে চীনত৷বিগত এটা বছৰৰ পিছত প্ৰথমবাৰলৈ কোভিড আক্ৰান্তৰ মৃত্যৰ খবৰ আহিছে চীনৰ পৰা৷চীনতেই আৰম্ভ হৈছিল কোভিডৰ সংক্ৰমণ৷কিন্তু বিশ্বক চমক দেখুৱাই কোভিড শূন্য হৈ উঠিবলৈ সক্ষম হৈছিল চীন৷কিন্তু কোভিড আক্ৰন্ত হৈ এটা বছৰৰ পিছত পুনৰ মানুহ…

পুনৰ চীন আক্ৰান্ত কোভিডত

সম্প্ৰতি চীনত গৃহবন্দী হৈ আছে প্ৰায় ৩০ মিলিয়ন জনতা। তথ্য অনুসৰি মঙ্গলবাৰে চীনত ৫২৮০ জন নতুন কোভিড ৰোগী চিনাক্ত হয়। এই পৰিসংখ্যা পূৰ্বৱৰ্তী দিনৰ তুলনাত দুগুণতকৈও অধিক। ৰাষ্ট্ৰখনৰ প্ৰায় ১৩ খন চহৰ ইতিমধ্যে সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে। তাৰোপৰি বহুতো…

আজিৰে পৰা আপুনি কি কি কোভিড বিধি মানি চলিব নালাগে ?

মঙলবাৰে পুৱা ৬ বজাৰ পৰা সকলো কোভিড নিষেধাজ্ঞা প্ৰত্যাহাৰ। নৈশ সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিলে চৰকাৰে। এতিয়া সকলোৱে প্ৰাক ক’ভিড কালৰ দৰেই বিনা বাধাই দৈনন্দিন জীৱন উপভোগ কৰিব পাৰিব। সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব। বিবাহ,…

গোমূত্ৰৰে কোভিড নিৰ্মূল কৰা বিজেপি নেত্ৰী বৰ্তমান কোভিড আক্ৰান্ত

বিজেপিৰ বিতৰ্কিত নেত্ৰী সাধ্বী প্রজ্ঞা সিংহ ঠাকুৰ আক্ৰান্ত কোভিডত। নেত্ৰীগৰাকীয়ে এটা টুইটযোগে এই কথা সদৰী কৰে । বিগত বৰ্ষত কৰ’না নিৰাময় সন্দৰ্ভত আচহুৱা মন্তব্য কৰি চৰ্চালৈ আহিছিল নেত্ৰীগৰাকী। তেওঁ কৈছিল গোমূত্ৰ সেৱন কৰ’না নিৰাময়ৰ এক উত্তম উপায়। দেশী গৰুৰ মূত্ৰই…

স্বাস্থ্য মন্ত্ৰালয়ে মাস্ক পৰিধান নকৰিবলৈ আহ্বান জনালে এইসকল লোকক….

সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বৰ্তমান ক’ভিড ১৯ য়ে এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে৷ লগতে ৰাজ্যবাসীয়ো ক’ভিডৰ তৃতীয়টো ঢৌত আক্রান্ত হৈছে। শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ে মাস্কৰ সন্দৰ্ভত জাৰি কৰিছে নতুন নিৰ্দেশনা। স্বাস্থ্য মন্ত্রণালয়ে কয়, ৫ বছৰ বা তাতকৈ কম বয়সৰ শিশুৰ বাবে…

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন উঠাই দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়। বজাৰ, মল আদিত যুগ্ম-অযুগ্ম নিয়ম উঠাই দিয়াৰ লগতে ব্যক্তিগত প্ৰতিষ্ঠান সমূহত ৫০% কৰ্মচাৰী উপস্থিত থকাৰ বাবে অনুমতি জনায়। মুখ্যমন্ত্ৰী গৰাকীয়ে এই প্ৰস্তাৱটি অন্তিম অনুমোদনৰ…

চৰকাৰী পৰিসংখ্যাতকৈ নগুণ অধিকৰ মৃত্যু হৈছে ক’ভিডত!

গুজৰাট আৰু তেলেংগানা চৰকাৰে ক’ভিডত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক ৫০,০০০ টকাৰ অনুকম্পামূলক সাহাৰ্য দিয়াৰ ঘোষণা কৰিছে৷ কিন্তু চৰকাৰী তথ্যতকৈ গুজৰাটত নগুণ আৰু তেলেংগানাত সাতগুণ অধিকে এই সাহাৰ্য বিচাৰি আবেদন কৰিছে৷ কোভিড’ত কিমানৰ মৃত্যু হৈছে-তাক লৈ হোৱা কেইবাটাও বেচৰকাৰী অধ্যয়নত ভাৰতত…

ৰাজ্যত ক’ভিডত আক্ৰান্ত ৮৩৩৯ জন , মৃত্যু ১৫ জন

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে আক্ৰান্ত হৈছে সহস্ৰাধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৩৩৯ জন লোক । মৃত্যু হৈছে ১৫ জন ৰোগী। সৰ্বাধিক কামৰুপ(ম)ত ১৯২৯ জন, কৰিমগঞ্জত ৭৪৭ জন, ডিব্ৰুগড়ত ৫১২ জন, তিনিচুকীয়াত ৩৮০ জন, শিৱসাগৰত ৩০৫…

অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

বিশ্বত এতিয়া অ’মিক্ৰনৰ আতংক। ক’ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ’মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক’ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক’ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ’মিক্ৰণৰ লক্ষণ আক্রান্তৰ শৰীৰত অতি সোনকালেই দেখা দিয়ে। ২০ টা…

আপুনি যদি ক’ভিডত আক্ৰান্ত , কি কি কৰিব পাৰে ?

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড-১৯ৰ মৃদু, মজলীয়া আৰু গুৰুতৰ লক্ষণৰ চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে। যিসকল লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত শ্বাসনলীৰ ওপৰৰ অংশত সমস্যাৰ সন্মুখীন হয় আৰু উশাহ-নিশাহত অসুবিধা পায় তেওলোকে কি কি কৰিব লাগে – *ঘৰতেই আছুতীয়াকৈ থাকিব…