শক্তিমানক গংগাধৰ বনোৱাৰ ফল ভুগিছে বিজেপিয়ে !

যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে। বিজেপি দলে ইতিমধ্যে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই ৰাজস্থান বিজেপিত আৰম্ভ হৈছে হাংগামা । ৰাজস্থান বিধানসভাৰ বাবে বিজেপিয়ে সোমবাৰে ৪১…

পিতৃ-মাতৃৰ সোঁৱৰণত পুথিভঁৰাল নিৰ্মাণ, শিক্ষক মহেন শইকীয়াৰ ব্যতিক্ৰমী পদক্ষেপ

বৰ্তমান সময়ত ৰাজ্যত একাংশ পুত্ৰ-কন্যাই নিজ জন্মদাতা পিতৃ-মাতৃক অবহেলা কৰাৰ বিভিন্ন বাতৰি প্ৰকাশ হৈ থাকে৷ কিন্তু এনে নেতিবাচক খবৰৰ বিপৰীতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ বৰদিহিঙীয়া গাঁৱৰ এজন আদৰ্শবান পুত্ৰই দেখুৱাইছে এক সুন্দৰ আৰু মহান নিদৰ্শন৷ তেখেত হ’ল…

হিটলাৰেও দিছিল ১৪ বছৰত নোহোৱা কাম ৪ বছৰত কৰাৰ প্ৰতিশ্ৰুতি

‘অচ্ছে দিন’ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰাটো কোনো নতুন ৰাজনৈতিক কৌশল নহয় ।  বিশ্ব ইতিহাসৰ কুখ্যাত শাসক হিটলাৰেও দিছিল ‘অচ্ছে দিন’ৰ শ্ল’গান । অৰ্থাৎ ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল এডল্ফ হিটলাৰ । আজিৰ কোনো কোনো নেতাই যিদৰে ৬০ বছৰৰ…

পঞ্চপাণ্ডৱ নহয়, এইবাৰ ৰাজনীতিত পঞ্চগান্ধীহে !

এজন গান্ধীয়েই জ্বলাকলা খুৱাইছে বিজেপি দলটোক । একেটা সময়তে গান্ধী বুলি ক’লেই পেটতে হাতভৰি লুকুৱাৰ দৰে পৰিস্থিতি হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷সেই সময়তে ৫ গৰাকী গান্ধী লগ লাগিব বিজেপিৰ বিৰুদ্ধে৷কোন এই ৫ গৰাকী গান্ধী?কংগ্ৰেছ দলৰ অধ্যক্ষা ছোনিয়া…

য’তেই প্ৰধানমন্ত্ৰী ,ত’তেই ৰাৱণৰ মূৰ্তি !

যিমানেই দিন বাগৰিছে,সিমানেই দেশত জোৰেৰে বলিছে নিৰ্বাচনী বতাহ৷দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন ৬ টা মাহ৷তাৰ মাজতে আকৌ ৫ খন বৃহৎ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। ইফালে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বিজেপিৰ লাগিছে খকাখুন্দা। নিজৰ নেতা নৰেন্দ্ৰ মোডীক সুৰক্ষা দিবলৈ তৎপৰতা…

কাৰ কথাত উঠাবহা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ?

বিগত মাহত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ সঞ্জয় গান্ধী মেমৰিয়েল হস্পিতালত এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰৰ সময়ত মৃত্যু ঘটাৰ বাবে যোগী চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰে চিকিৎসালয়খনৰ। অৱশ্যে যোগী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ব্ৰজেশ পাঠকে যদিও অনুজ্ঞাপত্ৰ বাতিলৰ নিৰ্দেশ দিছে,ইযাত ঘাইকৈ আমেথিৰ সাংসদ স্মৃতি ইৰাণীৰ…

আকৌ উভতি আহিছে হিটলাৰ ?

বিশ্বৰ ইতিহাসৰ আটাইতকৈ কুখ্যাত শাসকজনৰ নামেই হৈছে এডল্ফ হিটলাৰ । ফেচীবাদী শাসন , বিৰোধীক নৃশংস দমন আৰু গণহত্যাৰে মানৱ ইতিহাসৰ খলনায়কত পৰিণত হোৱা এডল্ফ হিটলাৰ যেন আকৌ উভতি আহিছে । গণতন্ত্ৰ কিদৰে একনায়কত্ববাদৰ দিশলৈ অগ্ৰসৰ হয়, কিদৰে ফেচীবাদৰ যুগত চলে…

কুলীৰ কপাল ফুলালে ৰাহুল গান্ধীয়ে !

ৰে’ল ষ্টেচনত কুলী আমি সকলোৱে দেখো।আমি সকলোৱে কুলীৰ সহায় লওঁ। কিন্তু এই কুলীসকলৰ জীৱনলৈ হঠাৎ আহিল পৰিবৰ্তন। বিগত ৭ বছৰে বিভিন্ন প্ৰতিবাদ,শ্লোগান,ধৰ্ণাই কুলীৰ মজুৰি বৃদ্ধিত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। বিগত ৭ টা বছৰে এই কুলীসকলে মজুৰি বৃদ্ধিৰ বাবে নিজৰ…

অনুপম জীৱন’ৰ ড্ৰাগছ বিৰোধী সজাগতা সভা

স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’আৰু ‘ছেলটাৰ’ ৰ উদ্যোগত গান্ধী জয়ন্তী উপলক্ষে দক্ষিণ গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্ সেৱন আৰু সৰবৰাহ বিৰোধী সজাগতা সভা অনুস্থিত হোৱাৰ লগতে এক প্ৰতিবাদী শোভাযাত্ৰা উলিওৱা হয় । পুৱা ৮ বজাত বিদ্যালয় খনৰ…

বসুন্ধৰা ৰাজেই ৰাজস্থানত আনক ‘ৰজা’ নাপাতে !

দেশৰ আন চাৰিখন ৰাজ্যৰ বিধানসভাৰ লগতে ৰাজস্থানতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়,তেলেংগানা আৰু মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। বৰ্তমান মিজোৰামক বাদ দি আন চাৰিখন হিন্দীবলয়ৰ ৰাজ্যত পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলিছে।এখন এখনকৈ ৩ খন প্ৰাৰ্থী তালিকা মধ্য প্ৰদেশৰ বাবে ঘোষণা…