৭৫ টকাতে উপভোগ কৰিব পাৰিব চিনেমা
আজি ৭৫ টকাতে উপভোগ কৰিব পাৰিব চিনেমাৰ
- Donation -
ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে এই সুবিধা
দেশৰ ৪০০০ টা চিনেমা হলত আজি চাব পাৰিব ৭৫ টকাতে চিনেমা
গুৱাহাটীৰ PVR, INOX, CINEPOLISE, CARNIVALত দিয়া হৈছে এই সুবিধা
আজি ৰাষ্ট্ৰীয় চিনেমা দিৱস। ৰাষ্ট্ৰীয় চিনেমা দিৱস উপলক্ষে চিনেমাপ্ৰেমীসকলৰ বাবে এটা ভাল খৱৰ। আজি আপুনি ৭৫ টকাতে উপভোগ কৰিব পাৰিব এখন চিনেমা। দেশৰ ৪০০০ টা চিনেমা হলত ৭৫ টকাতে উপভোগ কৰিব পাৰিব চিনেমা। গুৱাহাটীৰ PVR, INOX, CINEPOLISE, CARNIVAL তো শুকুৰবাৰৰ দিনটোত চাব পাৰিব মাত্র ৭৫ টকাতে এখন চিনেমা।