নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই

Share This Article

নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ নন্দিতা শইকীয়াই।দাৰ ঘাপত গুৰুতৰ ভাবে আহত হৈছিল মৰিধল কলেজৰ ছাত্ৰীগৰাকী।ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত চিকিত্‍সাধীন হৈ আছিল নন্দিতা।কিছুদিন পূৰ্বে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্রী নন্দিতা শইকীয়া, তেওঁৰ সহপাঠী কস্মিতা দত্ত আৰু কস্মিতাৰ পিতৃ দেৱ দত্তক ধেমাজি চহৰৰ মাজমজিয়াত  আক্ৰমণ কৰিছিল মহাবিদ্যালয়খনৰে লাইব্ৰেৰীৰ বিয়েৰাৰ শৰ্মাই। প্রেমজনিত কাৰণতে আক্রমণৰ সন্দেহ প্রকাশ কৰা হৈছে৷মৰিধল মহাবিদ্যালয়ৰ স্নাতক পঞ্চম ষাণ্মাসিকৰ ছাত্রী আছিল নন্দিতা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.