সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এনকাউণ্টাৰ কৰা সেনা বিষয়াৰ বিৰুদ্ধে কিয় চলিছে কোৰ্ট মাৰ্ছেল?

এনকাউণ্টাৰ ৷ ক্ৰমাৎ অসমবাসীৰ বাবে হৈ উঠিছে এটা সহজ শব্দ ৷ স্ক্ৰিপ্ৰ এখনেই থাকে ৷ হয় আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰে , নহয়তো আৰক্ষীৰ অস্ত্ৰ কাঢ়ি নিয়াৰ অপচেষ্টা ৷ তাৰ পাছত আৰক্ষীৰ গুলী ৷ কিন্তু ভুৱা এনকাউণ্টাৰ কৰি এগৰাকী সেনা বাহিনীৰ কেপ্তেইন কোৰ্ট মাৰ্চেলৰ সন্মুখীন হৈছে ৷ সেই কাহিনী চাওক আজিৰ দস্তাবেজ শিতানত –

 

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu Twitter: https://twitter.com/CurrentCross

- Donation -

Leave A Reply

Your email address will not be published.