শ্ৰেণী ৰাজ্য

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খহি পৰিল টানেল , মৃত্যু শ্ৰমিকৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এক বৃহৎ অঘটন ৷ মূল বান্ধলৈ পানী আহিবৰ বাবে নিৰ্মান কৰি থকা ইনটেক্ট টানেল খহি পৰাৰ ফলতেই এজন শ্ৰমিকৰ মৃত্যু হয় ৷ নিহত শ্ৰমিকজন গোগামুখৰ জিতু হাতীবৰুৱা বুলি জানিব পৰা গৈছে ৷ অহা আগষ্ট…

বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ?

বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ? দান নে ঠিকা? বিপদত পৰাৰ আশংকাতেই ঠিকাক ৰূপ দিয়া হৈছে নেকি দানৰ?

টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

টুইটাৰ যুদ্ধ : হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?

উত্তৰ প্ৰদেশৰ পৰা কোনে দিছিল কোভিদ কেলেংকাৰিৰ খবৰ?  

পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷

পিপিই কিট বিতর্কই তোলপাৰ লগাইছে ৰাষ্ট্ৰীয় ৰাজনীতি৷ আপৰ সংবাদমেলৰ পিছত দেশজুৰি অব্যাহত প্ৰতিক্ৰিয়া৷ কি ক’লে দিল্লীৰ আপ,কংগ্ৰেছ আৰু বিজেপি নেতাই? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কি কলে হিমন্ত বিশ্ব শর্মাই? এক প্ৰতিবেদন৷  

টুইটাৰ যুদ্ধঃ হিমন্ত বিশ্ব শৰ্মাই কি কি বিষয়ত এতিয়াও টুইট কৰা নাই ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানমূলক প্ৰতিবেদন এতিয়া দেশৰ ৰাজনৈতিক বিতৰ্কৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল যে অসমত কোভিডকালীন সময়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ প্ৰতিষ্ঠানে লাভ…

৬ মাহজোৰা অনুসন্ধান আৰু উন্মোচনঃ কেনেদৰে পোহৰলৈ আহিল কোভিডকালৰ গোপন অধ্যায়

crosscurrent

‘দ্য ক্ৰছকাৰেনন্ট’ আৰু ‘দ্য ৱায়াৰ’য়ে এলানি আৰ টি আই আবেদনৰ আধাৰত লাভ কৰা তথ্যৰ পৰা উন্মোচন হৈছে কোভিডকালৰ এক বৃহৎ অনিয়মৰ গোপন কাহিনী ৷ এন এইচ এমৰ পৰা এই তথ্যখিনি লাভ কৰিবৰ দ্য ক্ৰছকাৰেন্টে ৬ মাহৰো অধিক সময় ধৰি তথ্য…

মুখ্যমন্ত্ৰীৰ পত্নীক কোভিডৰ ঠিকাঃ মন্ত্ৰী পীয়ূষ হাজৰিকাই কি কি কথা নক’লে ?

‘দ্য ক্ৰছকাৰেন্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আজি সংবাদমাধ্যমৰ সন্মুখলৈ আহিল অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা ৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই বহু কথা ক’বলৈ চেষ্টা চলালে যদিও মূল কথাবোৰৰ উত্তৰ দিয়াৰ পৰা আজিও বিৰত থাকিল ৷ মন্ত্ৰী পীয়ূষ…

পি পি ই কীট কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীৰ পৰিয়াল। মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী

কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা পি পি ই কীটৰ বিচাৰ আৰু মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৰাজপথত নামিল বিৰোধী দল-সংগঠন। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – Visit: Follow Us Facebook: YouTube: …

ডলু গ্ৰীন ফিল্ড নিৰ্মাণৰ বাবে কেন্দ্ৰলৈ যোৱাই নাছিল কোনো প্ৰস্তাৱ। তেনেহ’লে কিয় চলোৱা হল উচ্ছেদ?

আজিৰ পৰা প্ৰায় কেই সপ্তাহ মানৰ আগৰ কথা। বৰাকৰ ডলু চাহ বাগিছাৰ ২৫০০ বিঘা জোৰা ভূমিত চলিছিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰায় ২০০ খন এক্সেভেটৰ লৈ উচ্ছেদ চলোৱা হৈছিল ডলু চাহ বাগানত৷ উদেশ্য বৰাকৰ ডলু চাহ বাগিছাত নির্মাণ হব গ্ৰীণ ফিল্ড বিমানবন্দৰ৷…