শ্ৰেণী ৰাষ্ট্ৰীয়

“সবকা সাথ ডলাৰ কা বিকাশ”

“সবকা সাথ ডলাৰ কা বিকাশ”। “টকা কেৱল মুদ্ৰা নহয়, ই হৈছে ৰাষ্ট্ৰৰ আত্মসন্মান”। এতিয়া ৭৯.৬৪ টকা হ’লগৈ প্ৰতি ডলাৰৰ মূল্যৰ বিপৰীতে।

 মহম্মদ জুবেৰক কিয় জামিন দিলে আদালতে?

‘সুস্থ গনতন্ত্ৰৰ বাবে বিৰোধীৰ কন্ঠ অপৰিহার্য৷’অল্ট নিউজৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰক জামিন প্ৰদান কৰি এই মন্তব্য কৰিলে ন্যায়ালয়ে৷২০১৮ চনৰেই এটা টুইটৰ বাবে গ্ৰেপ্তাৰ হৈছিল মহম্মদ জুবেৰ৷মহম্মদ জুবেৰৰ বিৰুদ্ধে উত্থাপন হৈছিল,ধর্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ৷অৱশেষত দিল্লীৰ এখন আদালতে জামিন প্ৰদান কৰিলে মহম্মদ…

ৰাজাপাক্ষে পৰিয়ালৰ পৰা কেতিয়াবা মুক্তি পাম বুলি ভাবিছিলনে শ্ৰীলংকাই?

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাৱায়া ৰাজপাক্ষেৰ পদত্যাগ। আজি ৰাজপাক্ষেৰ পদত্যাগ পত্ৰ সংসদৰ গ্ৰহণ কৰিলে সংসদৰ অধ্যক্ষই৷ ৰাজপাক্ষেৰ পদত্যাগৰ পাছতেই শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংঘেই কাৰ্যবাহী ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ কৰে। উল্লেখনীয় যে, বুধবাৰে ৰাষ্ট্ৰপতি ৰাজাপাক্ষেই দেশ ত্যাগ কৰাৰ পাছতেই বিক্ৰমসিংঘেই ৰাষ্ট্ৰপতিৰ দায়িত্ব…

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা। উটে বালিত মূৰ গুজি নিজক লুকাৱাব পাৰে জানো?

নতুন অশোক স্তম্ভ বিতৰ্ক

নতুন অশোক স্তম্ভ বিতৰ্ক। পুৰণি অশোক স্তম্ভৰ নিৰ্মাতা দীননাথ ভাৰ্গৱে কেনেকৈ চিৰিয়াখানাত চাইছিলগৈ সিংহ? কি ক’লে পত্নী প্ৰভা ভাৰ্গৱে?

নিত্য ব্যৱহার্য সামগ্ৰীৰ নামত আৰু অধিক ধন ব্যয় কৰিব লাগিব!

অব্যাহত থাকিব মুদ্ৰাস্ফীতি। নিত্য ব্যৱহার্য সামগ্ৰীৰ নামত আৰু অধিক ধন ব্যয় কৰিব লাগিব!

শ্ৰীলংকাত বুভুক্ষ জনতাৰ আৰ্তনাদ : ভাৰতৰ বাবে কি সকীয়ণি ?

বুভুক্ষ আৰু ক্ষোভিত জনতাৰ হুংকাৰত কঁপি উঠিছে শ্ৰীলংকাৰ ৰাজধানী কলম্বো ৷ লাখ লাখ প্ৰতিবাদকাৰী প্ৰৱেশ কৰিছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ বাসগৃহত ৷ বিপদৰ আগজাননী আগতীয়াকৈ লাভ কৰি ইতিমধ্যে নিৰাপদ স্থানত আশ্ৰয় লৈছে ৰাষ্ট্ৰপতি ৰাজাপাক্ষে ৷ কিন্তু শান্ত হোৱা নাই কলম্বো ৷…

৫ বছৰ পাছত বন্ধ হ’ব পেট্ৰ’লৰ ব্যৱহাৰ : নীতিন গাডকাৰীৰ ঘোষণা

প্লাষ্টিকৰ পাছত এইবাৰ দেশত প্ৰচলন বন্ধ হ’ব পেট্ৰ’লৰ ৷ কোনো সূত্ৰৰ আধাৰত প্ৰকাশিত খবৰ নহয় এয়া ৷ কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে নিজ মুখেৰে এই কথা ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই বাতৰি…