শ্ৰেণী ৰাষ্ট্ৰীয়

হিজাব সন্দৰ্ভত দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ বহুকেইজন আবেদনকাৰী

বিগত ১১ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব সন্দৰ্ভত অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰিছিল। এই ৰায়ক প্ৰত্যাহ্বান জনাই দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় বহুকেইজন আবেদনকাৰী। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ কোনো আবেদন অথবা গোচৰ ল’বলৈ অমান্তি হয়। বৰঞ্চ জনায়…

নিৰ্বাচনী সভাত কেজৰিৱালৰ ৩৮ টা বক্তৃতা ৷ কিন্তু এবাৰলৈও নাম নল’লে মোদীৰ ৷ কিয় ?

নিৰ্বাচনী সভাত কেজৰিৱালৰ ৩৮ টা বক্তৃতা ৷ কিন্তু এবাৰলৈও নাম নল’লে মোদীৰ ৷ কিয় ? পলিটিক্স অৱ দ্য ডেত চাওক বিস্তৃত আলোচনা – স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –  …

বিৰোধীয়ে যুঁজিছে আৰ এছ এছৰ ছায়াৰ সৈতে

কোৱা হয় ২০১৩ ৰ মুজাফ্ফৰনগৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই ২০১৪ ৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত বিজেপিৰ বিজয় উজু কৰি তুলিছিল ৷ মোদীৰ অপাৰ জনপ্ৰিয়তাই ২০১৭ ত উত্তৰ প্ৰদেশত শাসনলৈ আনিছিল বিজেপিক ৷ পুলৱামা – বালাকোটে ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বিজয় অধিক মসৃণ…

জাতৰ বেলি মাৰ গ’ল নেকি ?

যোগী আদিত্যনাথ আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল , অখিলেশ যাদৱ আকৌ এবাৰ পৰাজিত হ’ল ৷ পৰাজিত হ’ল আৰু এজন নেতা ৷ তেওৰ নাম জয়ন্ত চৌধুৰী৷ ৰাষ্ট্ৰীয় লোক দলৰ নেতা ৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী , জাতসকলৰ অবিসম্বাদী নেতা চৌধুৰী চৰণ সিঙৰ নাতি…

ৰাজকন্যা বৰুৱাৰ জামিন লাভ

ৰাজকন্যা বৰুৱাৰ জামিন লাভ। ৫০ হাজাৰ টকাৰ আমানত ধনৰ বিনিময়ত জামিন লাভ দুটাকৈ গোচৰত অভিযুক্ত ৰাজকন্যা বৰুৱা। যোৱা ৭ মাৰ্চত এটা গোচৰত জামিন লাভ কৰাৰ লগতে আজি আনটো গোচৰত জামিন লাভ ৰাজকন্যাৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে এই জামিন।

১৬ কৌটি টকাৰে মণিপুৰত উগ্ৰপন্থীৰ ভোট কিনিলে নেকি বিজেপিয়ে ?

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায় কৰাৰ অভিযোগ ৷ কোনে…

মেঘালয়ত নিষিদ্ধ চি বি আই তদন্ত !

ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে চি বি আয়ে মেঘালয়ত কোনো অনুসন্ধান চলাব নোৱাৰিব ৷ এন পি পি নেতৃত্বাধীন মেঘালয় চৰকাৰে শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে মেঘালয় চৰকাৰ এতিয়াও এন ডি এ মিত্ৰজোটৰ অংশীদাৰ ৷ চি বি আই তদন্ত…