The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

নগাঁৱত নিষিদ্ধ জ’মেট’

ৰেষ্টোঁৰাৰ মালিক পক্ষক আভুৱা ভাৰি নগাঁৱত জ’মেট’ই চলাই আছে লুণ্ঠনৰাজ।সেয়ে শুক্ৰবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে নগাঁৱত নিষিদ্ধ কৰা হৈছে জ’মেট’ক।নগাঁৱৰ ৰেষ্টোঁৰা মালিক পক্ষই নিষিদ্ধ কৰিছে জ’মেট’ক।জ’মেট’ৰ বিৰুদ্ধে ৰেষ্টোঁৰা মালিক পক্ষক বঞ্চনাৰ অভিযোগ।জ’মেট’ই নিজ খেয়াল-খুচি মতেই খাদ্য সামগ্ৰীৰ দাম নিৰ্দ্ধাৰণ কৰি…

কাগজ কলো শেষ,কৰ্মচাৰীয়েও শেষ কৰিলে নিজক

“মোৰ অৱস্থা বেয়া, কোনো ফালৰ পৰা ৰাস্তা নাই”-এনেদৰে টোকা লিখি নিজকে নিঃশেষ কৰিলে অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে।বঙাইগাঁও জিলাৰ কাকৈজানাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰ্থিক দুৰৱস্থাৰ বাবেই আত্মহত্যা যোগীঘোপাৰ অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ।১৯৭৪ চনতে অশোক কাগজ কলত এপ্ৰেন্টিজ হিচাপে…

১০০ বাৰ কঁপিছিল তুৰস্ক

৬ ফেব্ৰুৱাৰী !বিশ্ব ইতিহাসৰ এক ক’লা দিন।সময় পুৱা ৪ বাজি ১৫ মিনিট।জনতাক জগালে এক ভয়ংকৰ জোঁকাৰণিয়ে নিদ্ৰামগ্ন জনতাই ভবাই নাছিল।সেই দিনটোতেই তেওঁলোকৰ সুখ নিদ্ৰাৰ অন্ত পৰিব। ভোকে -লঘোণে পাৰ কৰিব লাগিব অনাগত দিনবোৰ।হয়,দুখন দেশৰ জনতাৰ বাবে সেই নিশাই আছিল সুখৰ…

‘হিণ্ডেনবাৰ্গ ৰিপৰ্টেই কৰিব ভাৰতত গণতন্ত্ৰ পুনৰুদ্ধাৰ’

উল্লেখ্য যে বৃহস্পতিবাৰে জৰ্জ চৰচ নামৰ বিলিয়নাৰ জনে কৈছিল মোডী -আদানিৰ সম্পৰ্ক হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ৰাজহুৱা কৰাৰ পিছত মোডী চৰকাৰ ‘দুৰ্বল’ হ’ব।ফলত দেশখনত ‘গণতন্ত্ৰ পুনৰুদ্ধাৰৰ দুৱাৰ মুকলি হ’ব।’৯২ বছৰীয়া বিলিয়নাৰ জনে লগতে কয় ‘মোডীয়ে এই বিষয়ত একো মন্তব্য দিয়া নাই।কিন্তু তেওঁ…

হজ কৰিবলৈ যোৱা প্ৰতিজন লোকেই হিন্দু !

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিগত বুধবাৰে এক ৰাষ্ট্ৰীয় চেনেলত দিয়া সাক্ষাৎকাৰত ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ বুলি দাবী কৰে।আদিত্যনাথৰ মতে হিন্দু পৰিচয়ৰ জৰিয়তে কোনো বিশেষ জাতি,বৰ্ণ বা ধৰ্মক বুজাব বিচৰা হোৱা নাই।তেওঁৰ মতে ভাৰতত জন্ম গ্ৰহণ কৰা প্ৰতিগৰাকী লোকেই হিন্দু৷যদি…

অৰুণাচলৰ কথাই ‘আমনি’ কৰে আমেৰিকাকো !

আমেৰিকাৰ ছিনেটত স্থান পাইছে অৰুণাচল প্ৰদেশৰ প্ৰসংগই।অৰুণাচল প্ৰদেশ ভাৰতৰ এক অংগ,এই কথাত সন্মতি প্ৰকাশ কৰিছে আমেৰিকাৰ ছিনেটে।ডেমক্ৰেটিক ছিনেটৰ জেফ মাৰ্কলে,ৰিপাব্লিকান ছিনেটৰ বিল হাগেৰ্ট আৰু আন এগৰাকী ছিনেটৰে অৰুণাচল প্ৰদেশ সন্দৰ্ভত এক স্থিতি গ্ৰহণ কৰিছে।তেওঁলোকে অৰুণাচল প্ৰদেশক ভাৰতৰ এখন ৰাজ্য হিচাপে…

তাৰালাংচ’ত আৰম্ভ কাৰ্বি যুৱ মহোৎসৱ

আজিৰে পৰা ডিফুৰ তাৰালাংচ’ৰ বাকৰিত উৰিছে কাৰ্বি কলা-কৃষ্টি সংস্কৃতিৰ বিজয় ধ্বজা।১৫ ফেব্ৰুৱাৰীৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈকে চলিব ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ। পুৱাৰ ভাগত কাৰবি সকলৰ আদিগুৰু ৰাংছিনা ছাৰপ’ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলিৰে আৰম্ভ হৈছে ৪৯ সংখ্যক কাৰবি যুৱ মহোৎসৱ।কাৰবি আংলঙৰ…

বিধায়ক অখিল গগৈৰ ব্যতিক্ৰমী পদক্ষেপ

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ এক ব্যতিক্ৰমী পদক্ষেপ।সমষ্টিবাসীৰ মাজত ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক প্ৰতিভা সন্ধানৰ উদ্দ্যেশ্যে প্ৰতিভা সন্ধানী প্ৰতিযোগিতাৰ আয়োজন কৰিছে।দুটা পৰ্যায়ত অনুষ্ঠিত হব এই প্ৰতিযোগিতা।১৮, ১৯ আৰু ২০ ফেব্ৰুৱাৰীত পঞ্চায়ত আৰু নগৰ পৰ্যায়ত অনুষ্ঠিত হব এই প্ৰতিয়োগিতা।তাৰ পিছতেই ২৬,…

‘বিশাল’ মাৰ্টৰ বিৰুদ্ধে অভিযোগ

বৃহস্পতিবাৰে পুৱাই কোকৰাঝাৰৰ বিশাল মেগা মাৰ্টত সৃষ্টি হ’ল অপ্ৰত্যাশিত পৰিস্থিতিৰ।কোকৰাঝাৰ বিশাল মেগামাৰ্টৰ মহিলা কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ তুলিছে তাতেই কৰ্মৰত মহিলা কৰ্মচাৰীয়ে।শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ তুলিছে মহিলা কৰ্মচাৰী গৰাকীয়ে।সহ মেনেজাৰৰ নয়ন পাটোৱাৰীৰ বিৰুদ্ধে এই অভিযোগ।ষ্টৰ মেনেজাৰৰ বিৰুদ্ধেও অভিযোগ।ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে…

টিউটৰ নহয় শিক্ষকৰ স্বীকৃতি লাগে

শিক্ষকৰ মৰ্যদাৰ দাবীত ওদালগুৰিত বৃহস্পতিবাৰে টিউটৰসকলে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।শিক্ষকৰ মৰ্যদা নাপালে ৰাজপথত নমাৰ হুংকাৰ দিয়ে টিউটৰে৷ প্ৰয়োজনত দিশপুৰ- দিল্লীলৈ যোৱাৰো পণ লয় টিউটৰসকলে।ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শতাধিক টিউটৰ শিক্ষক শিক্ষয়িত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড…