The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

বিদেশত ঘাটি পাতি স্বদেশত সন্ত্ৰাসৰ আঁচনি

নিয়াই খালিস্তানী সন্ত্ৰাসবাদীৰ এক বৃহৎ নেটৱৰ্কৰ লগত জড়িত ৬ জনক বুধবাৰে গ্ৰেপ্তাৰ কৰে“।দেশজুৰি চলা নিয়াৰ তালাচীত এই ৬ জন সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হয়।ধৃত সন্ত্ৰাসবাদী কেইটা লৰেন্স বিষ্ণয়,জগু ভগৱানপুৰীয়া,গল্ডী ব্ৰাৰ,অৰ্শ দালাৰ ঘনিষ্ঠ সহযোগী বুলি জানিব পৰা গৈছে।উল্লেখ্য যে নেশ্যনেল ইনভেষ্টিগেটিভ এজেন্সি চমুকৈ…

মমতাৰ মোহিনীয়ে কামত দিবনে মেঘালয়ত?

মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপি,NPP,কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত অলপো ত্ৰুটি কৰা নাই।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত মেঘালয়ত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ স্থিতি সবল।প্ৰাক্তন মু্খ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে দলটোৰ…

মহিলা বিধায়ক কিয় নাই নাগালেণ্ডত?

নাগালেণ্ড ৰাজ্য গঠন হোৱা ৬০ টা বছৰ সম্পূৰ্ণ হ’ল৷১৯৬৩ চনতে নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল।কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্যখনত এতিয়ালৈকে এগৰাকীও মহিলা বিধায়ক নাই।২০১৯ চনৰ তথ্য অনুসৰি নাগালেণ্ডত মুঠ ভোটাৰ আছে ১৩ লাখ ১৭ হাজাৰৰো অধিক৷ নাগালেণ্ডত মুঠ ৪৯.৭৯% পঞ্জীয়নভুক্ত মহিলা ভোটাৰ…

U.P.ম্যে কা বা-ৰ স্ৰষ্টালৈ জাননী

এগৰাকী গায়িকালৈ আৰক্ষীৰ জাননী৷কা বা ছিজন টু মুক্তি দি বিপদত জনপ্ৰিয় গায়িকা নেহা ৰাথোৰ।আৰক্ষীৰ মতে কা বা ছিজন টু গীতটিৰ জৰিয়তে নেহা ৰাথোৰে সমাজত অশান্তি আৰু অসূয়া বিয়পাইছে।আৰক্ষীৰ জাননীত মুঠ ৭ টা প্ৰশ্নৰ উত্তৰ দিবলৈ নেহাক নিৰ্দেশ দিয়া হৈছে৷৩ দিনৰ…

ভাৰত ৰত্ন দিয়ক চাভাৰকাৰক

নিৰ্বাচন আয়োগৰ নাম আৰু প্ৰতীক চিহ্ন লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ বৈঠকত বহিল একনাথ সিন্দেপন্থী।’শিৱসেনা’ৰ পূৰ্ণ কৰ্তৃত্ব লাভ কৰাৰ পিছত দলটোৱে হিন্দুত্বৰ ধ্বজাবাহী বিনায়ক দামোদৰ চাভাৰকাৰক ভাৰত ৰত্ন প্ৰদানৰ দাবী জনাইছে।দলৰ এই বৈঠকতে চাৰ্চগেট ৰে’ল ষ্টেচনটো প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চিন্তামনৰাও দেশমুখৰ…

অকলেই প্ৰতিন্দন্দ্বিতাত নামিব বিপিএফ

ওদালগুৰিত বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ বিশাল দলীয় সভা।বজালে লোকসভা নিৰ্বাচনৰ ৰণডংকা। ধাৰ লৈ হলেও হেলিকপ্তাৰ উৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলাব হাগ্ৰামা মহিলাৰীয়ে।কোকৰাঝাৰ আৰু মংগলদৈ লোক সভা সমষ্টিত বিপিএফ দলে একক ভাবে খেলিব নিৰ্বাচন‌।প্ৰায় ডেৰ বছৰৰ পিছত ওদালগুৰিত উপস্থিত হৈ বিশাল দলীয়…

উশাহ লওঁতে সাৱধান !

বাহিৰলৈ ওলাওতে সাৱধান! মাস্ক অবিহনে নোলাব বাহিৰলৈ!কাৰণ অতি বিষাক্ত হৈ পৰিছে ৰাজ্যৰ বায়ুমণ্ডল!বিষাক্ত বায়ুৱে উশাহ-নিশাহত আনিব পাৰে সমস্যা! বিষাক্ত বায়ু হৈ পৰিব পাৰে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ কাৰক!সুস্থ ব্যক্তিকো আক্ৰমণ কৰিব এই বায়ুৱে৷ অসুস্থ ব্যক্তিক শোচনীয় কৰি তুলিব পাৰে এই বিষাক্ত বায়ুৱে৷গুৱাহাটীৰ…

‘মদাহী’ চিকিৎসকৰ গোচৰত কাৰাগাৰ পালেগৈ নেতা

চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয়।চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক অলক কুমাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে সংগঠনটোৱে।চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।আজি চিলাপথাৰত অনুষ্ঠিত…

হত্যাৰ চেষ্টা চিকিৎসকক

ডিব্ৰুগড়ত চিকিৎসকক নিজ গৃহতে হত্যাৰ চেষ্টা ।ব্যাপক চাঞ্চল্য।আৰক্ষীয়ে পদক্ষেপ নোলোৱাৰ অভিযোগ মাতৃৰ। ডিব্ৰুগড়ৰ এগৰাকী যুৱ চিকিৎসকক নিজ বাসগৃহতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাই ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।চিকিৎসক গৰাকীৰ নিজ…

সন্তান বিচাৰে ৰাহুল গান্ধীয়ে !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ৰাজহুৱা কৰিছে নিজৰ ব্যক্তিগত জীৱনৰ বহু গোপন কথা!তেওঁঁৰ পিতৃ তথা আইতাকৰ লগত কেনেকুৱা সম্পৰ্ক আছিল সেই বিষয়েও স্পষ্টকৈ কৈছে কংগ্ৰেছ নেতাজনে।ইটালীৰ এখন জনপ্ৰিয় সংবাদপত্ৰ ‘কৰিয়াৰে ডেলা চেৰা’ৰ লগত হোৱা সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে তেওঁ জীৱনত কাহানিও…