Investigative reporting with dedication.
গামোচা বিতৰ্ক : হুংকাৰ লাচিত সেনাৰ

অসমীয়াৰ স্বাভিমান গামোচাক কৰা অপমানক লৈ সৰৱ বীৰ লাচিত সেনা।শিৱসাগৰ সদৰ থানাত গোচৰ তৰিলে বীৰ লাচিত সেনাই।সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, বিজেপি নেতা শিলাদিত্য দেৱ আৰু বঙালী সাহিত্য সভাৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে গোচৰ তৰিলে সংগঠনটোৱে।বীৰ লাচিত সেনাৰ…










