Investigative reporting with dedication.
শনিবাৰে শনিৰ ৰোষত ডিফু

শনিবাৰে পুৱাৰ ভাগতে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত বিদ্যুতস্পৃষ্ট হৈ এজন শ্ৰমিক মৃত্যু মুখত পৰে।প্ৰাপ্ত খবৰ অনুসৰি শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় ডিফু নগৰ মাজমজিয়াত স্থিত লিটল ড্ৰেগন নামৰ হোটেলৰ ছাদত । দুই দিন হাজিৰা কৰা শ্ৰমিক ক্ৰমে মিৰিক মমিন (35)…










