The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

উত্তৰ পূৱৰ কি কি সম্পদ লীজত দিয়া হ’ব পুঁজিপতিক ?

বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ,টেলিকম সেৱাৰ পৰা প্ৰাকৃতিক গেছ পাইপলাইনলৈ-উত্তৰ পূর্বাঞ্চলৰ বিশাল ৰাজহুৱা সম্পত্তিৰ গৰাকী হবলৈ গৈ আছে এতিয়া আদানি-আম্বানীৰ দৰে কেইগৰাকীমান পুঁজিপতি৷ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ জড়িয়তে এতিয়া সমগ্ৰ দেশৰে ৰাজহুৱা সম্পত্তি লীজত দিয়া হ’ব দেশৰ কেইগৰাকীমান পুঁজিপতিক৷যাৰ জড়িয়তে উত্তৰ পূর্বৰ…

দিল্লী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা কিয় আঁতৰাই দিয়া হ’ল মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প “দ্ৰৌপদী”?

মহাশ্বেতা দেৱীৰ বহু চৰ্চিত চুটিগল্প দ্ৰৌপদীক লৈ এতিয়া দেশত সৃষ্টি হৈছে বিতৰ্কৰ। প্ৰাপ্ত তথ্য অনুযায়ী দিল্লী বিশ্ববিদ্যালয় শৈক্ষিক পৰিষদে BA (Honours) ইংৰাজীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰাই দিলে দ্ৰৌপদী নামৰ চুটিগল্পটো। গল্পটোত পুৰুষৰ অত্যাচাৰৰ বিৰুদ্ধে মূৰ ডাঙি যুঁজ দিয়া এগৰাকী মহিলাৰ কাহিনী…

গো-সুৰক্ষা বিধেয়ক আৰু গো-পালকৰ আৰ্থ-সামাজিক বিপৰ্যয়

যোৱা ১৯ আগষ্ট তাৰিখে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক ধেমাজি জিলাৰ জোনাই মহকুমাৰ গো-পালকৰ প্ৰায় এশজনীয়া এটি সঁজাতি দলে সাক্ষাৎ কৰে। গো-ৰক্ষক নজৰদাৰীৰ উপদ্ৰৱ, প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকা তথা শেহতীয়া গো-সুৰক্ষা আইনৰ কাৰচাজিয়ে অসমৰ গৰু, ম’হ আদি পশুধনৰ…

উচ্চতম ন্যায়ালয়ৰ অনুমোদন অবিহনে মেডিকেল কলেজত আসন সংৰক্ষণ কৰিব নোৱাৰিব চৰকাৰে

বিগত বৰ্ষৰ ২৯ জুলাইত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা দেশৰ চিকিৎসা আৰু দাঁতৰ পাঠ্যক্ৰমত অবিচিৰ বাবে ২৭% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী বাবে ১০% সংৰক্ষণৰ ব্যৱস্থা কৰা হব। সৰ্বভাৰতীয় কোটা আঁচনিৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত এই শ্ৰেণীসমূহৰ…

কংগ্ৰছত কন্দল : হাইকামাণ্ড কাৰ লগত ?

কংগ্ৰেছত আকৌ মহাকন্দল ৷ পঞ্জাৱ কংগ্ৰেছত মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজৰ কাজিয়াই চৰম ৰূপ লোৱাৰ পাছত বিষয়টোত হস্তক্ষেপ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে ৷ ৰাজ্যখনৰ কংগ্ৰেছ দলৰ তত্বাবধায়ক হৰিশ ৰাৱটে কয় যে নৱোজিৎ সিঙ সিদ্ধুৰ উপদেষ্টাসকলৰ মন্তব্যৰ লগত দলৰ…

ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে  গঁড়ৰ খৰ্গসহ তিনিজন  চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিকেইজন হৈছে মৰিগাঁৱৰ খাইৰুল ইছলাম…

চৰকাৰে বিক্ৰী কৰি থকা সম্পত্তি দেশৰ সম্পদ, বিজেপি বা মোডীৰ নহয়ঃ মমতা বেনাৰ্জী

ৰাজহুৱা সম্পত্তিৰ পৰা অধিক ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰিছে নেশ্যনেল মনিটাইজেশ্বন পাইপলাইন(NMP) শীৰ্ষক এক বিশেষ পলিচি। মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডক ব্যৱহাৰৰ অনুমতি দি ব্যক্তিগতকৰণৰ নতুন উপায় অৱলম্বন কৰিবলৈ সাজু হৈছে চৰকাৰ। কিন্তু…

WHOৰ বিজ্ঞানীয়ে বেছি কথা কয়ঃ চন্দ্ৰ মোহন পাটোৱাৰী

বিশ্ব স্বাস্থ্য সংস্থাক তুচ্ছ তাচ্ছিল্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। মন্ত্ৰী গৰাকীৰ মতে ক’ভিডৰ ঔষধ প্ৰস্তুত কৰাত ব্যৰ্থ হৈছে WHO। বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীসকলে বেছি কথা কয়। ঔষধ তৈয়াৰ কৰাৰ নামত কোটি কোটি টকাৰ লোকচান কৰি আছে সংস্থাটোৱে। WHOই ক’ভিডৰ নামত…

শাসকীয় দলৰ হৈ কাম কৰা আৰক্ষী বিষয়াক কি সকীয়ণি দিলে উচ্চতম ন্যায়ালয়ে?

ছত্তীশগড়ৰ নিলম্বিত অতিৰিক্ত সঞ্চালক প্ৰধান গুৰজিন্দৰ পাল সিঙে দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এটা গুৰুত্বপূৰ্ণ মন্তব্য। ন্যায়ালয়ে বৃহস্পতিবাৰে উল্লেখ কৰে যে দেশত আৰক্ষী বিষয়াসকলে শাসকীয় দলৰ পক্ষ লৈ কাম কৰাৰ এক অশুভ পৰম্পৰা আৰম্ভ…

দিল্লীৰ পৰা বংগলৈ উভতি যোৱা ‘দিদি’ আকৌ দিল্লীমুখী কিয় ?

মমতাৰ ৰাজনীতিত প্ৰৱেশৰ কাহিনী “তেওঁ জন্মগতভাবে বিদ্ৰোহী ৷ নিৰ্ভীক আৰু আগ্ৰাসীভাবে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে ৷ আজি যি স্থানত তেওঁ থিয় হৈ আছে , সেয়া হ’ল প্ৰচণ্ড শ্ৰম আৰু কঠিন সংগ্ৰামৰ পৰিণতি ৷” –পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিষয়ে এইদৰে  লিখিছিল…