The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী

🔴 আজি অসমীয়া জাতিৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী 🔴অসমৰ বিভিন্ন স্থানত উদযাপন কৰা হৈছে গুৰুজনাৰ জন্মজয়ন্তী 🔴হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ 🔴মহাপুৰুষ গুৰুজনাক সুঁৱৰি বৰদোৱা,লখিমপুৰ, বৰপেটা, শুৱালকুছিত বিশাল আয়োজন

এটি বৃহৎ জাপিয়ে দৃষ্টি আকৰ্ষণ কৰিছে বৰপেটাৰোডত

* শাৰদীয় দুৰ্গা পূজাৰ আকৰ্ষণীয় মণ্ডপেৰে দৃষ্টি আকৰ্ষণ বহুজনৰ * বৰপেটাৰোডৰ নেতাজী সংঘৰ পূজাত সাজি উলিওৱা হৈছে এই মণ্ডপতি * এই বিশেষ পূজা কমিটি তথা স্থানীয় ৰাইজে কিছু পৃথকৈ জাতীয় কৃষ্টি সংস্কৃতি অতুত ৰখা পৰিলক্ষিত হৈছে * বিশেষ পূজাখন প্ৰত্যক্ষ…

২০০ কোটি টকা আত্মসাৎ প্ৰসংগত নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন

বলিউডৰ মোহময়ী অভিনেত্ৰী নোৰা ফাতেহী আৰু জেকলিন ফাৰ্ণাণ্ডেজলৈ চমন। ২০০ কোটি টকা আত্মসাৎ প্ৰসংগত প্ৰদান কৰা হৈছে এই বিশেষ চমন। উল্লেখ যে সুকেশ চন্দ্ৰ আৰু লিনা পলৰ ধন আত্মসাৎৰ গোচৰত অভিনেত্ৰী দুগৰাকীৰ নাম সাঙুৰ খাই পৰিছে। ইতিমধ্যে দেশৰ ৰাজধানী চহৰ…

৩৭ বছৰত ভৰি দিলে অগপই

* আজি ৩৭টা বছৰত ভৰি দিলে অসম গণ পৰিষদে। * ১৯৮৫ চনৰ ১৪ অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোতেই প্ৰতিষ্ঠা হৈছিল দলটো * বোকাখাতৰ অগপৰ স্থায়ী ভৱনত দিনজোৰা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস। * দলটোৰ সভাপতি অতুল বৰাৰ মন্তব্য “অগপ শক্তিশালী হোৱা মানে…

পূজাৰ মাজতেই মূল্যবৃদ্ধিৰ বিৰুদ্ধে ই-ৰিক্সাত উঠি প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ

পূজাৰ মাজতেই মহানৱমিৰ দিনা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছ। মৰিয়নিত ই-ৰিক্সাত উঠি তীব্ৰ প্ৰতিবাদ কংগ্ৰেছ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ ভালেমান কংগ্ৰেছী নেতাৰ উপস্থিতিত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদস্থলীৰ পৰাই মূল্যববৃদ্ধিৰ বিৰুদ্ধে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা…

মুকলি হ’ল টিম ইণ্ডিয়াৰ নতুন জাৰ্চী

* ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চী মুকলি * BCCI য়ে মুকলি কৰে ভাৰতীয় ক্ৰিকেট দলৰটোৰ নতুন জাৰ্চী * জাৰ্চীৰ ডিজাইন পূৰ্বতকৈ কিছু ব্যতিক্ৰমীকৈ মুকলি কৰা দেখা গৈছে * এই নতুন জাৰ্চীক লৈ এতিয়া ব্যাপক উচ্ছাহ দেশৰ ক্ৰিকেটপ্ৰেমী সকলৰ মাজত

দেশত কিহৰ বাবে হ’ব পাৰে বিদ্যুৎ সংকট? কয়লাই কেনেদৰে বিদ্যুৎ উৎপাদন কৰে?

 প্ৰায় ২টা বছৰ বিশ্বত ক’ভিডে সন্ত্ৰাস সৃষ্টি কৰাৰ পিছত এতিয়া বিশ্বব্যাপী নাটনি হৈছে কয়লাৰ। আনকি বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক কয়লা উৎপাদনকাৰী দেশ ভাৰততো কয়লাৰ তীব্ৰ সংকটে দেখা দিছে। দেশৰ কেইবাটাও শক্তি প্ৰকল্পত মাত্ৰ ৩ৰ পৰা ৫ দিনৰ বাবেহে কয়লা মজুত…

বৰপেটাৰ জিলা কাৰাগাৰত আচামীৰ আত্মহনন

* বৰপেটাৰ জিলা কাৰাগাৰত আচামিৰ আত্মহননৰ ঘটনা * কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰিলে হাচিবুল হাচানে * কাৰাগাৰৰ শৌচাগাৰৰ ভেন্তিলেশ্চনত গামোচাৰে চিপ লগাই আত্মহত্যা কৰে * বৰপেটা জিলাৰ জনীয়াৰ দাউকমাৰি গাঁৱৰ বাসিন্দা আছিল হাচিবুল হাচান * উল্লেখ যে কিশোৰী পলুৱাই নিয়া গোচৰত…

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তইঃ ভাইৰেল ভিডিঅ

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তই। ছছিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই ভিডিঅ। খবৰ অনুসৰি আফগানিস্তানৰ আশামাই মন্দিৰত কীৰ্তন আৰু জাগৰণ অনুষ্ঠান পালন কৰা হয়। তালিবানী ইতিহাসত প্ৰথমবাৰৰ বাবে নৱৰাত্ৰি উৎসৱৰ সাক্ষী হল আফগানিস্তানৰ ৰাজধানী…

পূজা চাবলৈ যোৱা ছাত্ৰই কেনেকৈ পালে ড্ৰাগছ?

ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে বৰপথাৰত অতিমাত্ৰা ড্ৰাগছ সেৱনৰ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ বাতৰিয়ে এতিয়া চকু কপালত তুলিছে সকলোৰে। উল্লেখ্য যে মৃত ছাত্ৰ জনৰ নাম অবিনাশ ফুকন। বৰপথাৰৰ ধনশিৰি ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ আছিল অবিনাশ।…